প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰৰ নাচিকত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 07 DEC 2025 10:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাচিকত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে  গভীৰ শোক প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

 

“মহাৰাষ্ট্ৰৰ নাচিকত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেওৰুৱাৰ ঘটনাত  গভীৰভাৱে মৰ্মাহত । মোৰ ভাবনা নিজৰ আপোনজনক হেৰুওৱা সকলৰ লগত আছে । আহতসকলে শীঘ্ৰে  আৰোগ্য লাভ কৰিবলৈ প্ৰাৰ্থনা কৰিছো: PM @narendramodi”

“মহাৰাষ্ট্ৰৰ নাচিকত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ ঘটনাত মই গভীৰ শোক প্ৰকাশ কৰিছো।যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা।আঘাতপ্ৰাপ্ত সকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো: প্ৰধানমন্ত্ৰী @narendramodi“

 

***

MJPS/ST/DM


(ৰিলিজ আই ডি : 2200256) অতিথি কক্ষ : 40