গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে গোৱাত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে

গোৱাৰ অৰপোৰাত সংঘটিত হোৱা অগ্নিকাণ্ডত মৰ্মান্তিকভাবে বহুজনৰ প্ৰাণহানি হোৱাৰ ঘটনা বেদনাদায়ক

স্থানীয় প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকাৰ লগতে ক্ষতিগ্ৰস্তসকলক প্ৰয়োজনীয় সাহায় আগবঢ়াই আছে

প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো

प्रविष्टि तिथि: 07 DEC 2025 2:52PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে গোৱাত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকলৰ বাবে  শোক প্ৰকাশ কৰিছে।

‘এক্স’ এই সন্দৰ্ভত দিয়া এটা পোষ্টত গৃহমন্ত্ৰীয়ে কয়, ‘গোৱাৰ অৰপোৰাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাৰ ঘটনা   গভীৰভাবে  যন্ত্ৰণাদায়ক।স্থানীয় প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে আৰু ক্ষতিগ্ৰস্তসকলক প্ৰয়োজনীয় সহায় কৰি আছে।  ।

 

প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা জনাইছো, লগতে  আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।”

 

গোৱাৰ অৰপোৰাত সংঘটিত অগ্নিকাণ্ডত সংঘটিত হোৱা মৰ্মান্তিক প্ৰাণহানিৰ ঘটনা  অতি বেদনাদায়ক। স্থানীয় প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই ক্ষতিগ্ৰস্তসকলৰ প্ৰয়োজনীয় যত্ন লোৱাৰ ব্যৱস্থা কৰিছে।

 

প্ৰাণ হেৰুওৱাসকলৰ  পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা  জনাইছো...

— Amit Shah (@AmitShah) December 7, 2025

***

RK/PR/PS/DM


(रिलीज़ आईडी: 2200134) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Kannada