প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেৰেলা পিৰাভি উপলক্ষ্যে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 NOV 2025 9:35AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালা পিৰাভি উপলক্ষে কেৰালাবাসীলৈ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছে।

শ্ৰী মোদীয়ে কয় যে কেৰালাৰ জনসাধাৰণে বিভিন্ন খণ্ডত বিশ্বব্যাপী পাৰদৰ্শিতা দেখুৱাইছে আৰু তেওঁলোক সৃষ্টিশীলতা তথা উদ্ভাৱনৰ বাবে পৰিচিত। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ দৃশ্যপট আৰু শতিকা পুৰণি ঐতিহ্যই ভাৰতৰ সজীৱ সংস্কৃত প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ জনসাধাৰণৰ  সুস্বাস্থ্য তথা অবিৰত সফলতা কামনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয়;

 

“কেৰালা পিৰাভিলৈ উষ্ম শুভেচ্ছা!এইখন এনে এখন ৰাজ্য যাৰ জনসাধাৰণে বিশ্বজুৰি বিভিন্ন খণ্ডত পাৰদৰ্শিতা দেখুৱাই আহিছে আৰু নিজৰ সৃষ্টিশীলতাৰ লগতে উদ্ভাৱনৰ বাবেও নিজকে বিশিষ্ট কৰি তুলিছে।ৰাজ্যখনৰ দৃশ্যপট আৰু শতিকা পুৰণি ঐতিহ্যই ভাৰতৰ সজীৱ সংস্কৃতিক প্ৰতিফলিত কৰে।কেৰালাৰ জনসাধাৰণে সদায় সুস্বাস্থ্য আৰু সফলতাৰে ধন্য হওক।”

 

 

কেৰেলা পিৰাভিলৈ উষ্ম শুভেচ্ছা! এইখন এনে এখন ৰাজ্য যাৰ জনসাধাৰণে বিশ্বজুৰি বিভিন্ন খণ্ডত পাৰদৰ্শিতা দেখুৱাই আহিছে আৰু নিজৰ সৃষ্টিশীলতাৰ লগতে উদ্ভাৱনৰ বাবেও নিজকে বিশিষ্ট কৰি তুলিছে। ৰাজ্যখনৰ দৃশ্যপট আৰু শতিকা পুৰণি ঐতিহ্যই ভাৰতৰ সজীৱ সাংস্কৃতিক...

 

— নৰেন্দ্ৰ মোদী  (@narendramodi) ১ নৱেম্বৰ, ২০২৫


*******


MJPS/ST


(रिलीज़ आईडी: 2185220) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam