প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 25 OCT 2025 7:46PM by PIB Guwahati

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

পিএমঅ’ ইণ্ডিয়াৰ এক্স হেণ্ডেলৰ পোষ্টত কয়ঃ

“উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @myogiadityanath-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।

@CMOfficeUP”

***

MJPS/SR/DB


(ৰিলিজ আই ডি : 2182565) অতিথি কক্ষ : 20