প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পুডুচেৰীৰ উপ-ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 16 OCT 2025 10:00AM by PIB Guwahati

পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰী কে. কৈলাশনাথনে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এইদৰে পোষ্ট কৰেঃ

"পুডুচেৰীৰ উপ-ৰাজ্যপাল শ্ৰী কে. কৈলাশনাথনে কালি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।"

@LGov_Puducherry

 

***

MJPS/VJ/DD


(ৰিলিজ আই ডি : 2179776) অতিথি কক্ষ : 17