প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ওড়িশাত শপত গ্ৰহণ অনুষ্ঠানৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে

পোষ্ট কৰা হৈছে: 12 JUN 2024 11:18PM by PIB Guwahati


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।

প্ৰধান মন্ত্ৰীয়ে X ত পোষ্ট কৰিছে;

"ওড়িশাৰ ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানৰ কেইটামান গুৰুত্বপূৰ্ণ কথা

ওড়িশাৰ ঐতিহাসিক শপত গ্ৰহণ সমাৰোহৰ কিছু চমু আভাস"

 


(ৰিলিজ আই ডি : 2178354) অতিথি কক্ষ : 15