প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পংগল উৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
পংগলৰ শুভ উপলক্ষে আপোনালোক সকলোকে অশেষ শুভকামনা জনাইছো।