পোষ্ট কৰা হৈছে:
23 DEC 2024 5:50PM by PIB Guwahati
ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাজিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে X ত পোষ্ট কৰিছেঃ
ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝীয়ে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
MJPS/VJ