প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী ৰতন টাটাৰ অসাধাৰণ জীৱন আৰু কৰ্মৰ সন্দৰ্ভত এটা প্ৰৱন্ধৰে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
09 NOV 2024 9:48AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ৰতন টাটাৰ অসাধাৰণ জীৱন আৰু কৰ্মৰ সন্দৰ্ভত এটা প্ৰৱন্ধৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
‘শ্ৰী ৰতন টাটা জীক বিদায় দিয়াৰ এমাহ হ’ল৷ ভাৰতীয় উদ্যোগলৈ তেওঁৰ অৱদান চিৰদিনৰ বাবে প্ৰেৰণাদায়ক হৈ থাকিব। ইয়াত মই লিখা এটা প্ৰৱন্ধৰ লিংক দিয়া আছে য’ত তেওঁৰ অসাধাৰণ জীৱন আৰু কৰ্মক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে।”
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2177992)
অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam