পোষ্ট কৰা হৈছে:
26 NOV 2024 5:19PM by PIB Guwahati
গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰতে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়ঃ
“গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰতে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
***
MJPS/SR/DB