প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মহা অষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে
Posted On:
30 SEP 2025 8:35AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ মহা অষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পবিত্ৰ উপলক্ষই যেন সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সু-স্বাস্থ্য কঢ়িয়াই আনে, তাৰ কামনা কৰে। শ্ৰী মোদীয়ে দেৱীৰ প্ৰাৰ্থনা (স্তুতি) ও শ্বেয়াৰ কৰে।
এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“মই নৱৰাত্ৰিৰ শুভ মহা অষ্টমী উপলক্ষে সকলো নাগৰিককে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই পবিত্ৰ উপলক্ষই যেন সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সু-স্বাস্থ্য কঢ়িয়াই আনে, তাৰ কামনা কৰিলোঁ।”
https://m.youtube.com/watch?v=45O8KBhSZ0I
सभी देशवासियों को नवरात्रि की महा अष्टमी की ढेरों शुभकामनाएं। मेरी कामना है कि यह पावन अवसर हर किसी के जीवन में सुख, शांति और उत्तम स्वास्थ्य लेकर आए।https://t.co/ohSYlSrWJq
— Narendra Modi (@narendramodi) September 30, 2025
***
MJPS/ST/SB
(Release ID: 2173030)
Visitor Counter : 8
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam