প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আজি সন্ধিয়া ৫ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 21 SEP 2025 12:23PM by PIB Guwahati

আজি সন্ধিয়া ৫ বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এই বিষয়ত এনেদৰে পোষ্ট কৰিছেঃ

“আজি সন্ধিয়া ৫ বজাত প্ৰধানমন্ত্ৰী  @narendramodi য়ে দেশবাসীক সম্বোধন কৰিব।”

PM @narendramodi will be addressing the nation at 5 PM this evening.

— PMO India (@PMOIndia) September 21, 2025

 

***

MJPS/VJ/DM


 


(Release ID: 2169244)