পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়
২০২৫-ৰ আগষ্টৰ বাবে ২০১২=১০০ ভিত্তিক গ্ৰামীণ, নগৰীয়া আৰু সংযুক্ত উপভোক্তা মূল্য সূচকাংক সংখ্যা
মুদ্ৰাস্ফীতি ২.০৭%-লৈ বৃদ্ধিঃ আৰবিআই-ৰ লক্ষ্য মুদ্ৰাস্ফীতিৰ হাৰৰ ভিতৰত অৱস্থান
একেৰাহে তৃতীয় মাহত খাদ্য মুদ্ৰাস্ফীতি ঋণাত্মক হৈ আছে
Posted On:
12 SEP 2025 4:00PM by PIB Guwahati
I. মূল বৈশিষ্ট্যসমূহঃ
-
- হেডলাইন মুদ্ৰাস্ফীতিঃ আগষ্ট, ২০২৪-ৰ তুলনাত ২০২৫-ৰ আগষ্টৰ সৰ্বভাৰতীয় উপভোক্তা মূল্য সূচকাংক (CPI)-ৰ ভিত্তিত বছৰি মুদ্ৰাস্ফীতিৰ হাৰ ২.০৭% (অস্থায়ী)। ২০২৫-ৰ জুলাইৰ তুলনাত ২০২৫-ৰ আগষ্টৰ হেডলাইন মুদ্ৰাস্ফীতি ৪৬ বেছিছ পইন্টেৰে বৃদ্ধি পাইছে।

-
- খাদ্য মুদ্ৰাস্ফীতিঃ আগষ্ট, ২০২৪-ৰ তুলনাত ২০২৫-ৰ আগষ্টৰ সৰ্বভাৰতীয় উপভোক্তা খাদ্য মূল্য সূচকাংক (CFPI)-ৰ ভিত্তিত বছৰি মুদ্ৰাস্ফীতিৰ হাৰ -০.৬৯% (অস্থায়ী)। গ্ৰামীণ আৰু নগৰীয়াৰ ক্ষেত্ৰত সংশ্লিষ্ট মুদ্ৰাস্ফীতিৰ হাৰ ক্ৰমে -০.৭০% আৰু -০.৫৮%। বিগত ১৩ মাহত চিপিআই (জেনেৰেল) আৰু চিএফপিআই-ৰ বাবে সৰ্বভাৰতীয় মুদ্ৰাস্ফীতিৰ হাৰ তলত উল্লেখ কৰা হৈছে। ২০২৫-ৰ জুলাইৰ তুলনাত ২০২৫-ৰ আগষ্টৰ খাদ্য মুদ্ৰাস্ফীতি ১০৭ বেছিছ পইন্টেৰে বৃদ্ধি পাইছে।

-
- ২০২৫-ৰ আগষ্টৰ হেডলাইন মুদ্ৰাস্ফীতি আৰু খাদ্য মুদ্ৰাস্ফীতি বৃদ্ধিৰ মূল কাৰণ হৈছে শাক-পাচলি, মাংস আৰু মাছ, তেল আৰু চৰ্বি, পাৰ্ছনেল কেয়াৰ আৰু এফেক্ট, কণী আদিৰ মুদ্ৰাস্ফীতি বৃদ্ধি।
-
- গ্ৰামীণ মুদ্ৰাস্ফীতিঃ ২০২৫-ৰ আগষ্টৰ গ্ৰামীণ খণ্ডত হেডলাইন আৰু খাদ্য মুদ্ৰাস্ফীতি বৃদ্ধি প্ৰত্যক্ষ হৈছে। ২০২৫-ৰ আগষ্টৰ হেডলাইন মুদ্ৰাস্ফীতি ১.৬৯% (অস্থায়ী) হোৱাৰ বিপৰীতে ২০২৫-ৰ জুলাইৰ ১.১৮% আছিল। গ্ৰামীণ খণ্ডত চিএফপিআই ভিত্তিক খাদ্য মুদ্ৰাস্ফীতি জুলাই, ২০২৫-ৰ -১.৭৪% ৰ তুলনাত আগষ্ট, ২০২৫-ৰ -০.৭০% (অস্থায়ী) প্ৰত্যক্ষ হৈছে।
- নগৰীয়া মুদ্ৰাস্ফীতিঃ ২০২৫-ৰ জুলাইৰ ২.১০%-ৰ পৰা ২০২৫-ৰ আগষ্টৰ ২.৪৭% (অস্থায়ী)-লৈ নগৰীয়া খণ্ডৰ হেডলাইন মুদ্ৰাস্ফীতি বৃদ্ধি প্ৰত্যক্ষ হৈছে। খাদ্য মুদ্ৰাস্ফীতিও জুলাই, ২০২৫-ৰ -১.৯০% ৰ পৰা আগষ্ট, ২০২৫-ৰ -০.৫৮% (অস্থায়ী)-লৈ বৃদ্ধি হোৱা দেখা গৈছে।
- হাউছিং মুদ্ৰাস্ফীতিঃ আগষ্ট, ২০২৫-ৰ বাবে বছৰি হাউছিং মুদ্ৰাস্ফীতিৰ হাৰ ৩.০৯% (অস্থায়ী)। ২০২৫-ৰ জুলাইৰ সংশ্লিষ্ট মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৩.১৭%। কেৱল নগৰীয়া খণ্ডৰ বাবেহে হাউছিং সূচকাংক যুগুত কৰা হৈছে।
- শিক্ষা মুদ্ৰাস্ফীতিঃ ২০২৫-ৰ আগষ্টৰ বছৰি শিক্ষা মুদ্ৰাস্ফীতিৰ হাৰ ৩.৬০% (অস্থায়ী)। ২০২৫-ৰ জুলাইৰ সংশ্লিষ্ট মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৪.১১%। এয়া হৈছে গ্ৰামীণ আৰু নগৰীয়া উভয় খণ্ডৰ বাবে সংযুক্ত শিক্ষা মুদ্ৰাস্ফীতি।
- স্বাস্থ্য মুদ্ৰাস্ফীতিঃ আগষ্ট, ২০২৫-ৰ বাবে বছৰি স্বাস্থ্য মুদ্ৰাস্ফীতিৰ হাৰ ৪.৪০% (অস্থায়ী)। ২০২৫-ৰ জুলাইৰ সংশ্লিষ্ট মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৪.৫৭%। এয়া হৈছে গ্ৰামীণ আৰু নগৰীয়া উভয় খণ্ডৰ বাবে সংযুক্ত স্বাস্থ্য মুদ্ৰাস্ফীতি।
- পৰিবহণ আৰু যোগাযোগঃ ২০২৫-ৰ আগষ্টৰ বাবে বছৰি পৰিবহণ আৰু যোগাযোগ মুদ্ৰাস্ফীতিৰ হাৰ ১.৯৪% (অস্থায়ী)। ২০২৫-ৰ জুলাইৰ সংশ্লিষ্ট মুদ্ৰাস্ফীতিৰ হাৰ আছিল ২.১২%। এয়া হৈছে গ্ৰামীণ আৰু নগৰীয়া উভয় খণ্ডৰ বাবে সংযুক্ত মুদ্ৰাস্ফীতিৰ হাৰ।
- ইন্ধন আৰু পোহৰঃ ২০২৫-ৰ আগষ্টৰ বাবে বছৰি ইন্ধন আৰু পোহৰ মুদ্ৰাস্ফীতিৰ হাৰ ২.৪৩% (অস্থায়ী)। ২০২৫-ৰ জুলাইৰ সংশ্লিষ্ট মুদ্ৰাস্ফীতিৰ হাৰ আছিল ২.৬৭%। এয়া হৈছে গ্ৰামীণ আৰু নগৰীয়া উভয় খণ্ডৰ বাবে সংযুক্ত মুদ্ৰাস্ফীতিৰ হাৰ।
- আগষ্ট, ২০২৫-ৰ বাবে বছৰি উচ্চ মুদ্ৰাস্ফীতি প্ৰত্যক্ষ শীৰ্ষ পাঁচখন প্ৰধান ৰাজ্যৰ সবিশেষ তলৰ লেখচিত্ৰত উল্লেখ কৰা হৈছে।

- সাধাৰণ সূচকাংক আৰু চিএফপিআই-ৰ ভিত্তিত সৰ্বভাৰতীয় মুদ্ৰাস্ফীতিৰ হাৰ (পইন্ট-টু-পইন্ট ভিত্তিত অৰ্থাৎ যোৱা বৰ্ষৰ একে মাহৰ তুলনাত চলিত মাহ, অৰ্থাৎ আগষ্ট, ২০২৫ বনাম আগষ্ট, ২০২৪) তলত উল্লেখ কৰা হৈছেঃ
আগষ্ট, ২০২৫ (অস্থায়ী), জুলাই, ২০২৫ (চূড়ান্ত) আৰু আগষ্ট, ২০২৪-ৰ বাবে সৰ্বভাৰতীয় চিপিআই (সাধাৰণ), চিএফপিআই আৰু সংশ্লিষ্ট মুদ্ৰাস্ফীতিৰ হাৰ (%)
|
আগষ্ট, ২০২৫ (অস্থায়ী)
|
জুলাই, ২০২৫ (চূড়ান্ত)
|
আগষ্ট, ২০২৪
|
গ্ৰামীণ
|
নগৰীয়া
|
সংযুক্ত
|
গ্ৰামীণ
|
নগৰীয়া
|
সংযুক্ত
|
গ্ৰামীণ
|
নগৰীয়া
|
সংযুক্ত
|
মুদ্ৰাস্ফীতি
|
চিপিআই (সাধাৰণ)
|
1.69
|
2.47
|
2.07
|
1.18
|
2.10
|
1.61
|
4.16
|
3.14
|
3.65
|
চিএফপিআই
|
-0.70
|
-0.58
|
-0.69
|
-1.74
|
-1.90
|
-1.76
|
6.02
|
4.99
|
5.66
|
সূচকাংক
|
চিপিআই (সাধাৰণ)
|
198.7
|
195.0
|
197.0
|
197.6
|
194.3
|
196.1
|
195.4
|
190.3
|
193.0
|
চিএফপিআই
|
199.4
|
206.9
|
202.0
|
197.8
|
206.0
|
200.7
|
200.8
|
208.1
|
203.4
|
- সাধাৰণ সূচকাংক আৰু চিএফপিআই-ৰ মাহিলী পৰিৱৰ্তন তলত উল্লেখ কৰা হৈছেঃ
সৰ্বভাৰতীয় চিপিআই (সাধাৰণ) আৰু চিএফপিআই-ৰ মাহিলী পৰিৱৰ্তন (%): আগষ্ট, ২০২৫ বনাম জুলাই, ২০২৫
সূচকাংক
|
আগষ্ট, ২০২৫ (অস্থায়ী)
|
জুলাই, ২০২৫ (চূড়ান্ত)
|
মাহিলী পৰিৱৰ্তন (%)
|
গ্ৰামীণ
|
নগৰীয়া
|
সংযুক্ত
|
গ্ৰামীণ
|
নগৰীয়া
|
সংযুক্ত
|
গ্ৰামীণ
|
নগৰীয়া
|
সংযুক্ত
|
চিপিআই (সাধাৰণ)
|
198.7
|
195.0
|
197.0
|
197.6
|
194.3
|
196.1
|
0.56
|
0.36
|
0.46
|
চিএফপিআই
|
199.4
|
206.9
|
202.0
|
197.8
|
206.0
|
200.7
|
0.81
|
0.44
|
0.65
|
- সঁহাৰিৰ হাৰঃ মূল্যৰ তথ্যসমূহ সাপ্তাহিক ৰষ্টাৰত পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ (MoSPI) এনএছঅ’-ৰ ক্ষেত্ৰ পৰিচালনা বিভাগৰ ক্ষেত্ৰ কৰ্মচাৰীসকলৰ ব্যক্তিগত ভ্ৰমণৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি নিৰ্বাচিত ১১৮১ খন গাঁও আৰু ১১১৪ খন নগৰীয়া বজাৰৰ পৰা সংগ্ৰহ কৰা হৈছে। ২০২৫-ৰ আগষ্টত এনএছঅ’-ই ৯৯.৮৩% গাঁও আৰু ৯৮.৫৬% নগৰীয়া বজাৰৰ পৰা মূল্য সংগ্ৰহৰ বিপৰীতে তাত বজাৰ-ভিত্তিক মূল্য গ্ৰামীণৰ বাবে ৮৮.৩৭% আৰু নগৰীয়াৰ বাবে ৯১.৯৬% আছিল।
- ছেপ্টেম্বৰ, ২০২৫-ৰ চিপিআই প্ৰকাশৰ পৰৱৰ্তী তাৰিখ ১৩ অক্টোবৰ, ২০২৫ (সোমবাৰ) বা ১৩ তাৰিখে বন্ধ হ’লে পৰৱৰ্তী কৰ্মদিনত।
পৰিশিষ্টৰ তালিকা
পৰিশিষ্ট
|
শিৰোনাম
|
I
|
গ্ৰামীণ, নগৰীয়া আৰু সংযুক্তৰ বাবে জুলাই, ২০২৫ (চূড়ান্ত) আৰু আগষ্ট, ২০২৫ (অস্থায়ী)-ৰ ক্ষেত্ৰত সৰ্ব-ভাৰতীয় সাধাৰণ, গ্ৰুপ আৰু উপ-গ্ৰুপ পৰ্য্যায়ৰ চিপিআই আৰু চিএফপিআই সংখ্যা (Annexure I)
|
II
|
গ্ৰামীণ, নগৰীয়া আৰু সংযুক্তৰ বাবে আগষ্ট, ২০২৫-ৰ ক্ষেত্ৰত সাধাৰণ, গ্ৰুপ আৰু উপ-গ্ৰুপ পৰ্য্যায়ৰ চিপিআই আৰু চিএফপিআই সংখ্যাৰ সৰ্ব-ভাৰতীয় মুদ্ৰাস্ফীতিৰ হাৰ (%) (Annexure II)
|
III
|
গ্ৰামীণ, নগৰীয়া আৰু সংযুক্ত ৰাজ্যসমূহৰ বাবে জুলাই, ২০২৫ (চূড়ান্ত) আৰু আগষ্ট, ২০২৫ (অস্থায়ী)-ৰ ক্ষেত্ৰত সাধাৰণ চিপিআই (Annexure III)
|
IV
|
আগষ্ট, ২০২৫-ৰ বাবে গ্ৰামীণ, নগৰীয়া আৰু সংযুক্ত প্ৰধান ৰাজ্যসমূহৰ বছৰি মুদ্ৰাস্ফীতিৰ হাৰ (%) (অস্থায়ী) (Annexure IV)
|
V
|
জুলাই, ২০২৫ (চূড়ান্ত) আৰু আগষ্ট, ২০২৫ (অস্থায়ী)-ৰ বাবে মূল বস্তুসমূহৰ বছৰি মুদ্ৰাস্ফীতিৰ হাৰ (%) (ভিত্তিঃ ২০১২=১০০) (Annexure V)
|
VI
|
জানুৱাৰী, ২০১৩-ৰ পৰা সৰ্বভাৰতীয় সাধাৰণ চিপিআইৰ সময় শৃংখলাৰ তথ্য (ভিত্তি ২০১২ =১০০) (Annexure VI)
|
VII
|
২০১৪-ৰ জানুৱাৰীৰ পৰা সাধাৰণ চিপিআইৰ ওপৰত ভিত্তি কৰি সৰ্ব-ভাৰতীয় বছৰি মুদ্ৰাস্ফীতিৰ হাৰৰ বাবে সময় শৃংখলাৰ তথ্য (ভিত্তি ২০১২=১০০) (Annexure VII)
|
সবিশেষৰ বাবে, অনুগ্ৰহ কৰি www.cpi.mospi.gov.in ৱেবচাইট বা esankhyiki.mospi.gov.in চাওঁক বা তলৰ কিউআৰ ক’ডটো স্কেন কৰকঃ

পৰিশিষ্ট I
গ্ৰামীণ, নগৰীয়া আৰু সংযুক্তৰ বাবে জুলাই, ২০২৫ (চূড়ান্ত) আৰু আগষ্ট, ২০২৫ (অস্থায়ী)-ৰ ক্ষেত্ৰত সৰ্ব-ভাৰতীয় সাধাৰণ, গ্ৰুপ আৰু উপ-গ্ৰুপ পৰ্য্যায়ৰ চিপিআই আৰু চিএফপিআই সংখ্যা (Base: 2012=100)
গ্ৰুপ ক’ড
|
উপ-গ্ৰুপ ক’ড
|
বিৱৰণ
|
গ্ৰামীণ
|
নগৰীয়া
|
সংযুক্ত
|
ওজন
|
জুলাই-২৫ সূচকাংক
(চূড়ান্ত)
|
আগষ্ট-২৫ সূচকাংক
(অস্থায়ী)
|
ওজন
|
জুলাই-২৫ সূচকাংক
(চূড়ান্ত)
|
আগষ্ট-২৫ সূচকাংক
(অস্থায়ী)
|
ওজন
|
মে’-২৫ সূচকাংক
(চূড়ান্ত)
|
জুন-২৫ সূচকাংক
(অস্থায়ী)
|
(1)
|
(2)
|
(3)
|
(4)
|
(5)
|
(6)
|
(7)
|
(8)
|
(9)
|
(10)
|
(11)
|
(12)
|
|
1.1.01
|
শস্য আৰু উৎপাদিত সামগ্ৰী
|
12.35
|
197.0
|
197.5
|
6.59
|
197.3
|
197.8
|
9.67
|
197.1
|
197.6
|
|
1.1.02
|
মাংস আৰু মাছ
|
4.38
|
225.5
|
222.8
|
2.73
|
236.3
|
233.7
|
3.61
|
229.3
|
226.6
|
|
1.1.03
|
কণী
|
0.49
|
196.3
|
193.3
|
0.36
|
202.3
|
197.4
|
0.43
|
198.6
|
194.9
|
|
1.1.04
|
গাখীৰ আৰু উৎপাদিত সামগ্ৰী
|
7.72
|
190.4
|
190.8
|
5.33
|
192.1
|
192.4
|
6.61
|
191.0
|
191.4
|
|
1.1.05
|
তেল আৰু চৰ্বি
|
4.21
|
197.9
|
202.3
|
2.81
|
182.1
|
184.5
|
3.56
|
192.1
|
195.8
|
|
1.1.06
|
ফল
|
2.88
|
210.2
|
211.7
|
2.90
|
217.2
|
215.9
|
2.89
|
213.5
|
213.7
|
|
1.1.07
|
শাক-পাচলি
|
7.46
|
196.4
|
203.9
|
4.41
|
242.6
|
249.1
|
6.04
|
212.1
|
219.2
|
|
1.1.08
|
দালি আৰু উৎপাদিত সামগ্ৰী
|
2.95
|
182.8
|
182.0
|
1.73
|
187.2
|
186.4
|
2.38
|
184.3
|
183.5
|
|
1.1.09
|
চেনি আৰু মিঠাই
|
1.70
|
134.7
|
135.7
|
0.97
|
136.4
|
137.4
|
1.36
|
135.3
|
136.3
|
|
1.1.10
|
মছলা
|
3.11
|
221.6
|
221.6
|
1.79
|
219.2
|
218.9
|
2.50
|
220.8
|
220.7
|
|
1.2.11
|
নন-এলকহলিক পানীয়
|
1.37
|
190.9
|
191.4
|
1.13
|
180.5
|
180.6
|
1.26
|
186.6
|
186.9
|
|
1.1.12
|
প্ৰস্তুত কৰা খাদ্য, জলপান, মিঠাই আদি
|
5.56
|
205.3
|
206.1
|
5.54
|
217.5
|
217.8
|
5.55
|
211.0
|
211.5
|
1
|
|
খাদ্য আৰু পানীয়
|
54.18
|
198.4
|
199.9
|
36.29
|
207.0
|
207.8
|
45.86
|
201.6
|
202.8
|
2
|
|
পান, ধঁপাত আৰু মাদক দ্ৰব্য
|
3.26
|
211.6
|
212.1
|
1.36
|
217.9
|
218.2
|
2.38
|
213.3
|
213.7
|
|
3.1.01
|
পোছাক
|
6.32
|
202.2
|
202.4
|
4.72
|
193.0
|
193.3
|
5.58
|
198.6
|
198.8
|
|
3.1.02
|
ফুটৱেৰ
|
1.04
|
195.5
|
195.7
|
0.85
|
178.2
|
178.4
|
0.95
|
188.3
|
188.5
|
3
|
|
পোছাক আৰু ফুটৱেৰ
|
7.36
|
201.3
|
201.4
|
5.57
|
190.7
|
191.0
|
6.53
|
197.1
|
197.3
|
4
|
|
হাউছিং
|
-
|
-
|
-
|
21.67
|
185.7
|
186.7
|
10.07
|
185.7
|
186.7
|
5
|
|
ইন্ধন আৰু পোহৰ
|
7.94
|
184.0
|
184.5
|
5.58
|
175.3
|
175.2
|
6.84
|
180.7
|
181.0
|
|
6.1.01
|
ঘৰুৱা সামগ্ৰী আৰু সেৱা
|
3.75
|
188.4
|
188.8
|
3.87
|
181.0
|
181.9
|
3.80
|
184.9
|
185.5
|
|
6.1.02
|
স্বাস্থ্য
|
6.83
|
205.4
|
206.0
|
4.81
|
200.3
|
200.7
|
5.89
|
203.5
|
204.0
|
|
6.1.03
|
পৰিবহণ আৰু যোগাযোগ
|
7.60
|
179.4
|
179.8
|
9.73
|
168.1
|
168.2
|
8.59
|
173.5
|
173.7
|
|
6.1.04
|
বিনোদন আৰু আমোদ
|
1.37
|
182.8
|
183.1
|
2.04
|
178.7
|
179.2
|
1.68
|
180.5
|
180.9
|
|
6.1.05
|
শিক্ষা
|
3.46
|
196.8
|
197.3
|
5.62
|
193.7
|
194.2
|
4.46
|
195.0
|
195.5
|
|
6.1.06
|
ব্যক্তিগত যত্ন আৰু প্ৰভাৱ
|
4.25
|
229.8
|
232.3
|
3.47
|
232.0
|
234.3
|
3.89
|
230.7
|
233.1
|
6
|
|
বিবিধ
|
27.26
|
197.4
|
198.2
|
29.53
|
188.1
|
188.8
|
28.32
|
192.9
|
193.6
|
সাধাৰণ সূচকাংক (সকলো গ্ৰুপ)
|
100.00
|
197.6
|
198.7
|
100.00
|
194.3
|
195.0
|
100.00
|
196.1
|
197.0
|
উপভোক্তা খাদ্য মূল্য সূচকাংক (CFPI)
|
47.25
|
197.8
|
199.4
|
29.62
|
206.0
|
206.9
|
39.06
|
200.7
|
202.0
|
-
পৰিশিষ্ট II
গ্ৰামীণ, নগৰীয়া আৰু সংযুক্তৰ বাবে জুন, ২০২৫-ৰ ক্ষেত্ৰত সাধাৰণ, গ্ৰুপ আৰু উপ-গ্ৰুপ পৰ্য্যায়ৰ চিপিআই আৰু চিএফপিআই সংখ্যাৰ সৰ্ব-ভাৰতীয় মুদ্ৰাস্ফীতিৰ হাৰ (%) (Base: 2012=100)
গ্ৰুপ ক’ড
|
উপ-গ্ৰুপ ক’ড
|
বিৱৰণ
|
গ্ৰামীণ
|
নগৰীয়া
|
সংযুক্ত
|
আগষ্ট-২৪ সূচকাংক
(চূড়ান্ত)
|
আগষ্ট-২৫ সূচকাংক
(অস্থায়ী)
|
মুদ্ৰাস্ফীতিৰ হাৰ (%)
|
আগষ্ট-২৪ সূচকাংক
(চূড়ান্ত)
|
আগষ্ট-২৫ সূচকাংক
(অস্থায়ী)
|
মুদ্ৰাস্ফীতিৰ হাৰ (%)
|
আগষ্ট-২৪ সূচকাংক
(চূড়ান্ত)
|
আগষ্ট-২৫ সূচকাংক
(অস্থায়ী)
|
মুদ্ৰাস্ফীতিৰ হাৰ (%)
|
(1)
|
(2)
|
(3)
|
(4)
|
(5)
|
(6)
|
(7)
|
(8)
|
(9)
|
(10)
|
(11)
|
(12)
|
|
1.1.01
|
শস্য আৰু উৎপাদিত সামগ্ৰী
|
192.6
|
197.5
|
2.54
|
191.9
|
197.8
|
3.07
|
192.4
|
197.6
|
2.70
|
|
1.1.02
|
মাংস আৰু মাছ
|
220.1
|
222.8
|
1.23
|
229.2
|
233.7
|
1.96
|
223.3
|
226.6
|
1.48
|
|
1.1.03
|
কণী
|
188.0
|
193.3
|
2.82
|
190.7
|
197.4
|
3.51
|
189.0
|
194.9
|
3.12
|
|
1.1.04
|
গাখীৰ আৰু উৎপাদিত সামগ্ৰী
|
186.2
|
190.8
|
2.47
|
187.1
|
192.4
|
2.83
|
186.5
|
191.4
|
2.63
|
|
1.1.05
|
তেল আৰু চৰ্বি
|
164.1
|
202.3
|
23.28
|
157.1
|
184.5
|
17.44
|
161.5
|
195.8
|
21.24
|
|
1.1.06
|
ফল
|
186.1
|
211.7
|
13.76
|
197.5
|
215.9
|
9.32
|
191.4
|
213.7
|
11.65
|
|
1.1.07
|
শাক-পাচলি
|
245.0
|
203.9
|
-16.78
|
291.2
|
249.1
|
-14.46
|
260.7
|
219.2
|
-15.92
|
|
1.1.08
|
দালি আৰু উৎপাদিত সামগ্ৰী
|
212.5
|
182.0
|
-14.35
|
219.0
|
186.4
|
-14.89
|
214.7
|
183.5
|
-14.53
|
|
1.1.09
|
চেনি আৰু মিঠাই
|
130.7
|
135.7
|
3.83
|
132.8
|
137.4
|
3.46
|
131.4
|
136.3
|
3.73
|
|
1.1.10
|
মছলা
|
229.6
|
221.6
|
-3.48
|
225.0
|
218.9
|
-2.71
|
228.1
|
220.7
|
-3.24
|
|
1.2.11
|
নন-এলকহলিক পানীয়
|
183.8
|
191.4
|
4.13
|
172.8
|
180.6
|
4.51
|
179.2
|
186.9
|
4.30
|
|
1.1.12
|
প্ৰস্তুত কৰা খাদ্য, জলপান, মিঠাই আদি
|
198.5
|
206.1
|
3.83
|
208.3
|
217.8
|
4.56
|
203.0
|
211.5
|
4.19
|
1
|
|
খাদ্য আৰু পানীয়
|
200.2
|
199.9
|
-0.15
|
207.1
|
207.8
|
0.34
|
202.7
|
202.8
|
0.05
|
2
|
|
পান, ধঁপাত আৰু মাদক দ্ৰব্য
|
206.8
|
212.1
|
2.56
|
213.1
|
218.2
|
2.39
|
208.5
|
213.7
|
2.49
|
|
3.1.01
|
পোছাক
|
198.0
|
202.4
|
2.22
|
188.1
|
193.3
|
2.76
|
194.1
|
198.8
|
2.42
|
|
3.1.02
|
ফুটৱেৰ
|
192.3
|
195.7
|
1.77
|
174.2
|
178.4
|
2.41
|
184.8
|
188.5
|
2.00
|
3
|
|
পোছাক আৰু ফুটৱেৰ
|
197.2
|
201.4
|
2.13
|
186.0
|
191.0
|
2.69
|
192.8
|
197.3
|
2.33
|
4
|
|
হাউছিং
|
-
|
-
|
-
|
181.1
|
186.7
|
3.09
|
181.1
|
186.7
|
3.09
|
5
|
|
ইন্ধন আৰু পোহৰ
|
180.9
|
184.5
|
1.99
|
169.8
|
175.2
|
3.18
|
176.7
|
181.0
|
2.43
|
|
6.1.01
|
ঘৰুৱা সামগ্ৰী আৰু সেৱা
|
184.9
|
188.8
|
2.11
|
176.4
|
181.9
|
3.12
|
180.9
|
185.5
|
2.54
|
|
6.1.02
|
স্বাস্থ্য
|
197.3
|
206.0
|
4.41
|
192.2
|
200.7
|
4.42
|
195.4
|
204.0
|
4.40
|
|
6.1.03
|
পৰিবহণ আৰু যোগাযোগ
|
176.1
|
179.8
|
2.10
|
165.3
|
168.2
|
1.75
|
170.4
|
173.7
|
1.94
|
|
6.1.04
|
বিনোদন আৰু আমোদ
|
179.6
|
183.1
|
1.95
|
174.9
|
179.2
|
2.46
|
177.0
|
180.9
|
2.20
|
|
6.1.05
|
শিক্ষা
|
191.7
|
197.3
|
2.92
|
186.5
|
194.2
|
4.13
|
188.7
|
195.5
|
3.60
|
|
6.1.06
|
ব্যক্তিগত যত্ন আৰু প্ৰভাৱ
|
199.1
|
232.3
|
16.68
|
201.0
|
234.3
|
16.57
|
199.9
|
233.1
|
16.61
|
6
|
|
বিবিধ
|
188.3
|
198.2
|
5.26
|
180.1
|
188.8
|
4.83
|
184.3
|
193.6
|
5.05
|
সাধাৰণ সূচকাংক (সকলো গ্ৰুপ)
|
195.4
|
198.7
|
1.69
|
190.3
|
195.0
|
2.47
|
193.0
|
197.0
|
2.07
|
উপভোক্তা খাদ্য মূল্য সূচকাংক (CFPI)
|
200.8
|
199.4
|
-0.70
|
208.1
|
206.9
|
-0.58
|
203.4
|
202.0
|
-0.69
|
পৰিশিষ্ট III
জুলাই, ২০২৫ (চূড়ান্ত) আৰু আগষ্ট, ২০২৫ (অস্থায়ী)-ৰ বাবে গ্ৰামীণ, নগৰীয়া আৰু সংযুক্ত ৰাজ্যসমূহৰ সাধাৰণ চিপিআই (Base: 2012=100)
ক্ৰমিক নং
|
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম
|
গ্ৰামীণ
|
নগৰীয়া
|
সংযুক্ত
|
ওজন
|
জুলাই, ২০২৫ (চূড়ান্ত)
|
আগষ্ট, ২০২৫ (অস্থায়ী)
|
ওজন
|
জুলাই, ২০২৫ (চূড়ান্ত)
|
আগষ্ট, ২০২৫ (অস্থায়ী)
|
ওজন
|
জুলাই, ২০২৫ (চূড়ান্ত)
|
আগষ্ট, ২০২৫ (অস্থায়ী)
|
(1)
|
(2)
|
(3)
|
(4)
|
(5)
|
(6)
|
(7)
|
(8)
|
(9)
|
(10)
|
(11)
|
1
|
অন্ধ্ৰ প্ৰদেশ
|
5.40
|
198.6
|
199.6
|
3.64
|
200.8
|
202.2
|
4.58
|
199.4
|
200.6
|
2
|
অৰুণাচল প্ৰদেশ
|
0.14
|
202.0
|
201.6
|
0.06
|
--
|
--
|
0.10
|
202.0
|
201.6
|
3
|
অসম
|
2.63
|
193.8
|
194.6
|
0.79
|
195.4
|
196.7
|
1.77
|
194.1
|
195.0
|
4
|
বিহাৰ
|
8.21
|
189.6
|
193.0
|
1.62
|
200.5
|
202.7
|
5.14
|
191.2
|
194.4
|
5
|
ছত্তীশগড়
|
1.68
|
189.9
|
192.2
|
1.22
|
184.4
|
185.7
|
1.46
|
187.8
|
189.7
|
6
|
দিল্লী
|
0.28
|
175.8
|
176.7
|
5.64
|
174.5
|
176.0
|
2.77
|
174.6
|
176.0
|
7
|
গোৱা
|
0.14
|
196.1
|
189.9
|
0.25
|
184.6
|
184.8
|
0.19
|
189.1
|
186.8
|
8
|
গুজৰাট
|
4.54
|
193.5
|
193.2
|
6.82
|
185.0
|
184.6
|
5.60
|
188.7
|
188.3
|
9
|
হাৰিয়ানা
|
3.30
|
201.0
|
203.0
|
3.35
|
188.4
|
189.2
|
3.32
|
195.1
|
196.5
|
10
|
হিমাচল প্ৰদেশ
|
1.03
|
184.6
|
186.2
|
0.26
|
187.6
|
189.1
|
0.67
|
185.1
|
186.7
|
11
|
ঝাৰখণ্ড
|
1.96
|
190.1
|
193.1
|
1.39
|
198.0
|
200.0
|
1.69
|
193.1
|
195.7
|
12
|
কৰ্ণাটক
|
5.09
|
200.8
|
202.1
|
6.81
|
205.0
|
205.9
|
5.89
|
203.1
|
204.1
|
13
|
কেৰালা
|
5.50
|
220.6
|
219.1
|
3.46
|
210.1
|
210.3
|
4.55
|
216.9
|
216.0
|
14
|
মধ্য প্ৰদেশ
|
4.93
|
193.3
|
194.7
|
3.97
|
196.3
|
196.5
|
4.48
|
194.5
|
195.4
|
15
|
মহাৰাষ্ট্ৰ
|
8.25
|
196.3
|
196.4
|
18.86
|
191.0
|
191.2
|
13.18
|
192.8
|
192.9
|
16
|
মণিপুৰ
|
0.23
|
225.0
|
225.9
|
0.12
|
190.5
|
190.2
|
0.18
|
214.1
|
214.6
|
17
|
মেঘালয়
|
0.28
|
177.7
|
178.0
|
0.15
|
188.5
|
188.7
|
0.22
|
181.1
|
181.3
|
18
|
মিজোৰাম
|
0.07
|
207.5
|
207.3
|
0.13
|
185.8
|
185.9
|
0.10
|
194.3
|
194.2
|
19
|
নাগালেণ্ড
|
0.14
|
203.3
|
205.2
|
0.12
|
188.5
|
189.2
|
0.13
|
197.0
|
198.4
|
20
|
ওড়িশা
|
2.93
|
199.2
|
200.0
|
1.31
|
191.2
|
191.9
|
2.18
|
197.0
|
197.7
|
21
|
পঞ্জাৱ
|
3.31
|
194.6
|
195.7
|
3.09
|
185.2
|
186.6
|
3.21
|
190.4
|
191.6
|
22
|
ৰাজস্থান
|
6.63
|
192.9
|
193.6
|
4.23
|
192.1
|
192.4
|
5.51
|
192.6
|
193.2
|
23
|
ছিকিম
|
0.06
|
204.6
|
206.0
|
0.03
|
190.2
|
191.0
|
0.05
|
199.9
|
201.1
|
24
|
তামিলনাডু
|
5.55
|
204.2
|
204.6
|
9.20
|
203.0
|
203.0
|
7.25
|
203.5
|
203.7
|
25
|
তেলেংগানা
|
3.16
|
205.9
|
206.4
|
4.41
|
200.5
|
201.1
|
3.74
|
202.9
|
203.5
|
26
|
ত্ৰিপুৰা
|
0.35
|
213.8
|
214.1
|
0.14
|
203.6
|
205.6
|
0.25
|
211.2
|
211.9
|
27
|
উত্তৰ প্ৰদেশ
|
14.83
|
195.1
|
196.2
|
9.54
|
194.1
|
195.1
|
12.37
|
194.7
|
195.8
|
28
|
উত্তৰাখণ্ড
|
1.06
|
191.0
|
192.9
|
0.73
|
198.1
|
199.7
|
0.91
|
193.6
|
195.4
|
29
|
পশ্চিম বংগ
|
6.99
|
199.3
|
201.7
|
7.20
|
198.1
|
200.5
|
7.09
|
198.7
|
201.1
|
30
|
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
|
0.05
|
205.0
|
204.8
|
0.07
|
190.1
|
192.6
|
0.06
|
197.4
|
198.6
|
31
|
চণ্ডীগড়
|
0.02
|
193.4
|
195.7
|
0.34
|
182.2
|
183.0
|
0.17
|
182.8
|
183.7
|
32
|
দাদৰা আৰু নগৰ হাভেলী
|
0.02
|
181.3
|
179.4
|
0.04
|
190.7
|
191.0
|
0.03
|
187.6
|
187.1
|
33
|
দমন আৰু দিউ
|
0.02
|
203.8
|
202.4
|
0.02
|
195.0
|
192.4
|
0.02
|
200.1
|
198.2
|
34
|
জম্মু আৰু কাশ্মীৰ
|
1.14
|
208.5
|
210.1
|
0.72
|
201.9
|
203.2
|
0.94
|
206.2
|
207.7
|
35
|
লক্ষদ্বীপ
|
0.01
|
207.2
|
208.8
|
0.01
|
200.0
|
199.7
|
0.01
|
203.5
|
204.1
|
সমগ্ৰ ভাৰত
|
100.00
|
197.6
|
198.7
|
100.00
|
194.3
|
195.0
|
100.00
|
196.1
|
197.0
|
পৰিশিষ্ট IV
আগষ্ট, ২০২৫ (অস্থায়ী)-ৰ বাবে গ্ৰামীণ, নগৰীয়া আৰু সংযুক্ত প্ৰধান ৰাজ্যসমূহৰ বছৰি মুদ্ৰাস্ফীতিৰ হাৰ (Base: 2012=100)
ক্ৰমিক নং
|
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম
|
গ্ৰামীণ
|
নগৰীয়া
|
সংযুক্ত
|
আগষ্ট, ’২৪ সূচকাংক (চূড়ান্ত)
|
আগষ্ট, ’২৫ সূচকাংক (অস্থায়ী)
|
মুদ্ৰাস্ফীতিৰ হাৰ (%)
|
আগষ্ট, ’২৪ সূচকাংক (চূড়ান্ত)
|
আগষ্ট, ’২৫ সূচকাংক (অস্থায়ী)
|
মুদ্ৰাস্ফীতিৰ হাৰ (%)
|
আগষ্ট, ’২৪ সূচকাংক (চূড়ান্ত)
|
আগষ্ট, ’২৫ সূচকাংক (অস্থায়ী)
|
মুদ্ৰাস্ফীতিৰ হাৰ (%)
|
(1)
|
(2)
|
(3)
|
(4)
|
(5)
|
(6)
|
(7)
|
(8)
|
(9)
|
(10)
|
(11)
|
1
|
অন্ধ্ৰ প্ৰদেশ
|
196.6
|
199.6
|
1.53
|
197.2
|
202.2
|
2.54
|
196.8
|
200.6
|
1.93
|
2
|
অসম
|
197.1
|
194.6
|
-1.27
|
193.2
|
196.7
|
1.81
|
196.3
|
195.0
|
-0.66
|
3
|
বিহাৰ
|
192.4
|
193.0
|
0.31
|
199.1
|
202.7
|
1.81
|
193.4
|
194.4
|
0.52
|
4
|
ছত্তীশগড়
|
188.3
|
192.2
|
2.07
|
183.5
|
185.7
|
1.20
|
186.4
|
189.7
|
1.77
|
5
|
দিল্লী
|
174.0
|
176.7
|
1.55
|
174.6
|
176.0
|
0.80
|
174.6
|
176.0
|
0.80
|
6
|
গুজৰাট
|
190.8
|
193.2
|
1.26
|
182.3
|
184.6
|
1.26
|
186.0
|
188.3
|
1.24
|
7
|
হাৰিয়ানা
|
198.1
|
203.0
|
2.47
|
185.2
|
189.2
|
2.16
|
192.1
|
196.5
|
2.29
|
8
|
হিমাচল প্ৰদেশ
|
181.0
|
186.2
|
2.87
|
184.9
|
189.1
|
2.27
|
181.7
|
186.7
|
2.75
|
9
|
ঝাৰখণ্ড
|
189.3
|
193.1
|
2.01
|
193.0
|
200.0
|
3.63
|
190.7
|
195.7
|
2.62
|
10
|
কৰ্ণাটক
|
195.3
|
202.1
|
3.48
|
197.8
|
205.9
|
4.10
|
196.6
|
204.1
|
3.81
|
11
|
কেৰালা
|
199.1
|
219.1
|
10.05
|
196.2
|
210.3
|
7.19
|
198.1
|
216.0
|
9.04
|
12
|
মধ্য প্ৰদেশ
|
192.4
|
194.7
|
1.20
|
193.9
|
196.5
|
1.34
|
193.0
|
195.4
|
1.24
|
13
|
মহাৰাষ্ট্ৰ
|
193.2
|
196.4
|
1.66
|
185.9
|
191.2
|
2.85
|
188.3
|
192.9
|
2.44
|
14
|
ওড়িশা
|
201.7
|
200.0
|
-0.84
|
191.3
|
191.9
|
0.31
|
198.8
|
197.7
|
-0.55
|
15
|
পঞ্জাৱ
|
188.6
|
195.7
|
3.76
|
180.7
|
186.6
|
3.27
|
185.1
|
191.6
|
3.51
|
16
|
ৰাজস্থান
|
191.5
|
193.6
|
1.10
|
191.0
|
192.4
|
0.73
|
191.3
|
193.2
|
0.99
|
17
|
তামিলনাডু
|
199.1
|
204.6
|
2.76
|
197.0
|
203.0
|
3.05
|
197.9
|
203.7
|
2.93
|
18
|
তেলেংগানা
|
205.2
|
206.4
|
0.58
|
198.7
|
201.1
|
1.21
|
201.6
|
203.5
|
0.94
|
19
|
উত্তৰ প্ৰদেশ
|
196.7
|
196.2
|
-0.25
|
192.7
|
195.1
|
1.25
|
195.3
|
195.8
|
0.26
|
20
|
উত্তৰাখণ্ড
|
188.1
|
192.9
|
2.55
|
192.8
|
199.7
|
3.58
|
189.9
|
195.4
|
2.90
|
21
|
পশ্চিম বংগ
|
200.2
|
201.7
|
0.75
|
193.9
|
200.5
|
3.40
|
197.2
|
201.1
|
1.98
|
22
|
জম্মু আৰু কাশ্মীৰ
|
201.7
|
210.1
|
4.16
|
197.5
|
203.2
|
2.89
|
200.2
|
207.7
|
3.75
|
সমগ্ৰ ভাৰত
|
195.4
|
198.7
|
1.69
|
190.3
|
195.0
|
2.47
|
193.0
|
197.0
|
2.07
|
পৰিশিষ্ট V
জুলাই, ২০২৫ (চূড়ান্ত) আৰু আগষ্ট,২০২৫ (অস্থায়ী)-ৰ বাবে মূল সামগ্ৰীসমূহৰ বছৰি মুদ্ৰাস্ফীতিৰ হাৰ (%) (Base: 2012=100)
ক্ৰমিক নং
|
সামগ্ৰীৰ বিৱৰণ
|
সমগ্ৰ ভাৰত (সংযুক্ত)
|
ওজন
|
জুলাই-‘২৪ সূচকাংক
(চূড়ান্ত)
|
আগষ্ট-‘২৪ সূচকাংক
(চূড়ান্ত)
|
জুলাই-‘২৫ সূচকাংক
(চূড়ান্ত)
|
আগষ্ট-‘২৫ সূচকাংক
(অস্থায়ী)
|
জুলাই-‘২৫ (চূড়ান্ত) মুদ্ৰাস্ফীতিৰ হাৰ (%)
|
আগষ্ট-‘২৫ (চূড়ান্ত) মুদ্ৰাস্ফীতিৰ হাৰ (%)
|
(1)
|
(2)
|
(3)
|
(4)
|
(5)
|
(6)
|
(7)
|
(8)
|
(9)
|
1
|
গাখীৰঃ জুলীয়া
|
6.42
|
185.9
|
186.5
|
191.0
|
191.4
|
2.74
|
2.63
|
2
|
চাউল – অন্যান্য উৎস
|
4.38
|
194.5
|
195.7
|
197.5
|
197.6
|
1.54
|
0.97
|
3
|
ঘেঁহু/আটা – অন্যান্য উৎস
|
2.56
|
198.5
|
199.9
|
207.2
|
208.5
|
4.38
|
4.30
|
4
|
বাহনৰ বাবে পেট্ৰ’ল
|
2.19
|
140.0
|
140.0
|
140.2
|
140.2
|
0.14
|
0.14
|
5
|
সৰিয়হৰ তেল
|
1.33
|
154.6
|
155.9
|
185.5
|
193.6
|
19.99
|
24.18
|
6
|
এলপিজি
|
1.29
|
181.6
|
181.6
|
192.6
|
192.7
|
6.06
|
6.11
|
7
|
মাছ
|
1.27
|
214.2
|
211.3
|
223.3
|
218.1
|
4.25
|
3.22
|
8
|
ৰিফাইন অইল
|
1.26
|
147.0
|
146.2
|
180.2
|
180.5
|
22.59
|
23.46
|
9
|
চিকেন
|
1.23
|
236.4
|
217.6
|
213.9
|
211.1
|
-9.52
|
-2.99
|
10
|
চেনি - অন্যান্য উৎস
|
1.13
|
125.6
|
125.9
|
129.9
|
130.8
|
3.42
|
3.89
|
11
|
সোণ
|
1.08
|
240.3
|
237.4
|
326.9
|
333.0
|
36.04
|
40.27
|
12
|
আলু
|
0.98
|
278.9
|
282.4
|
183.1
|
178.5
|
-34.35
|
-36.79
|
13
|
চাহ: পাত
|
0.96
|
182.4
|
183.1
|
189.3
|
189.6
|
3.78
|
3.55
|
14
|
বিস্কুট, চকলেট আদি।
|
0.88
|
158.5
|
158.9
|
165.7
|
166.2
|
4.54
|
4.59
|
15
|
ৱাছিং চপ/চ’ডা/পাউদাৰ
|
0.87
|
172.0
|
171.9
|
172.8
|
172.9
|
0.47
|
0.58
|
16
|
ৰহৰ
|
0.80
|
259.0
|
259.3
|
186.4
|
183.2
|
-28.03
|
-29.35
|
17
|
ছাগলীৰ মাংস/মাটন
|
0.79
|
247.0
|
246.3
|
256.6
|
256.4
|
3.89
|
4.10
|
18
|
মটৰ চাইকেল, স্কুটাৰ
|
0.79
|
190.2
|
190.8
|
197.5
|
198.1
|
3.84
|
3.83
|
19
|
পিঁয়াজ
|
0.64
|
317.0
|
341.9
|
206.5
|
208.1
|
-34.86
|
-39.13
|
20
|
বিলাহী
|
0.57
|
346.2
|
246.4
|
228.3
|
288.1
|
-34.06
|
16.92
|
21
|
ঘিউ
|
0.47
|
195.2
|
195.4
|
202.1
|
202.4
|
3.53
|
3.58
|
22
|
আপেল
|
0.47
|
175.2
|
176.2
|
209.0
|
176.0
|
19.29
|
-0.11
|
23
|
কণী
|
0.43
|
194.3
|
189.0
|
198.6
|
194.9
|
2.21
|
3.12
|
24
|
জিৰা
|
0.37
|
260.7
|
256.4
|
219.3
|
217.3
|
-15.88
|
-15.25
|
25
|
বাহনৰ বাবে ডিজেল
|
0.15
|
188.8
|
188.8
|
189.1
|
189.1
|
0.16
|
0.16
|
26
|
ৰূপ
|
0.11
|
174.7
|
167.7
|
212.8
|
221.0
|
21.81
|
31.78
|
27
|
নাৰিকল
|
0.10
|
185.5
|
186.5
|
298.4
|
323.4
|
60.86
|
73.40
|
28
|
নাৰিকল তেল
|
0.08
|
216.9
|
226.7
|
503.9
|
528.4
|
132.32
|
133.08
|
পৰিশিষ্ট VI
জানুৱাৰী, ২০১৩-ৰ পৰা সৰ্বভাৰতীয় সাধাৰণ চিপিআই-ৰ বাবে সময় শৃংখলা তথ্য (Base 2012 =100)
বৰ্ষ
|
জানুৱাৰী
|
ফেব্ৰুৱাৰী
|
মাৰ্চ
|
এপ্ৰিল
|
মে’
|
জুন
|
জুলাই
|
আগষ্ট
|
ছেপ্টেম্বৰ
|
অক্টোবৰ
|
নৱেম্বৰ
|
ডিচেম্বৰ
|
2013
|
104.6
|
105.3
|
105.5
|
106.1
|
106.9
|
109.3
|
111.0
|
112.4
|
113.7
|
114.8
|
116.3
|
114.5
|
2014
|
113.6
|
113.6
|
114.2
|
115.1
|
115.8
|
116.7
|
119.2
|
120.3
|
120.1
|
120.1
|
120.1
|
119.4
|
2015
|
119.5
|
119.7
|
120.2
|
120.7
|
121.6
|
123.0
|
123.6
|
124.8
|
125.4
|
126.1
|
126.6
|
126.1
|
2016
|
126.3
|
126.0
|
126.0
|
127.3
|
128.6
|
130.1
|
131.1
|
131.1
|
130.9
|
131.4
|
131.2
|
130.4
|
2017
|
130.3
|
130.6
|
130.9
|
131.1
|
131.4
|
132.0
|
134.2
|
135.4
|
135.2
|
136.1
|
137.6
|
137.2
|
2018
|
136.9
|
136.4
|
136.5
|
137.1
|
137.8
|
138.5
|
139.8
|
140.4
|
140.2
|
140.7
|
140.8
|
140.1
|
2019
|
139.6
|
139.9
|
140.4
|
141.2
|
142.0
|
142.9
|
144.2
|
145.0
|
145.8
|
147.2
|
148.6
|
150.4
|
2020
|
150.2
|
149.1
|
148.6
|
151.4
|
150.9
|
151.8
|
153.9
|
154.7
|
156.4
|
158.4
|
158.9
|
157.3
|
2021
|
156.3
|
156.6
|
156.8
|
157.8
|
160.4
|
161.3
|
162.5
|
162.9
|
163.2
|
165.5
|
166.7
|
166.2
|
2022
|
165.7
|
166.1
|
167.7
|
170.1
|
171.7
|
172.6
|
173.4
|
174.3
|
175.3
|
176.7
|
176.5
|
175.7
|
2023
|
176.5
|
176.8
|
177.2
|
178.1
|
179.1
|
181.0
|
186.3
|
186.2
|
184.1
|
185.3
|
186.3
|
185.7
|
2024
|
185.5
|
185.8
|
185.8
|
186.7
|
187.7
|
190.2
|
193.0
|
193.0
|
194.2
|
196.8
|
196.5
|
195.4
|
2025
|
193.4
|
192.5
|
192.0
|
192.6
|
193.0
|
194.2
|
196.1
|
197.0*
|
|
|
|
|
পৰিশিষ্ট VII
জানুৱাৰী, ২০১৪-ৰ পৰা সাধাৰণ চিপিআই-ৰ ভিত্তিত (Base 2012=100) সৰ্বভাৰতীয় বছৰি মুদ্ৰাস্ফীতিৰ হাৰৰ (%) সময় শৃংখলা তথ্য
বৰ্ষ
|
জানুৱাৰী
|
ফেব্ৰুৱাৰী
|
মাৰ্চ
|
এপ্ৰিল
|
মে’
|
জুন
|
জুলাই
|
আগষ্ট
|
ছেপ্টেম্বৰ
|
অক্টোবৰ
|
নৱেম্বৰ
|
ডিচেম্বৰ
|
2014
|
8.60
|
7.88
|
8.25
|
8.48
|
8.33
|
6.77
|
7.39
|
7.03
|
5.63
|
4.62
|
3.27
|
4.28
|
2015
|
5.19
|
5.37
|
5.25
|
4.87
|
5.01
|
5.40
|
3.69
|
3.74
|
4.41
|
5.00
|
5.41
|
5.61
|
2016
|
5.69
|
5.26
|
4.83
|
5.47
|
5.76
|
5.77
|
6.07
|
5.05
|
4.39
|
4.20
|
3.63
|
3.41
|
2017
|
3.17
|
3.65
|
3.89
|
2.99
|
2.18
|
1.46
|
2.36
|
3.28
|
3.28
|
3.58
|
4.88
|
5.21
|
2018
|
5.07
|
4.44
|
4.28
|
4.58
|
4.87
|
4.92
|
4.17
|
3.69
|
3.70
|
3.38
|
2.33
|
2.11
|
2019
|
1.97
|
2.57
|
2.86
|
2.99
|
3.05
|
3.18
|
3.15
|
3.28
|
3.99
|
4.62
|
5.54
|
7.35
|
2020
|
7.59
|
6.58
|
5.84
|
-
|
-
|
6.23
|
6.73
|
6.69
|
7.27
|
7.61
|
6.93
|
4.59
|
2021
|
4.06
|
5.03
|
5.52
|
4.23
|
6.30
|
6.26
|
5.59
|
5.30
|
4.35
|
4.48
|
4.91
|
5.66
|
2022
|
6.01
|
6.07
|
6.95
|
7.79
|
7.04
|
7.01
|
6.71
|
7.00
|
7.41
|
6.77
|
5.88
|
5.72
|
2023
|
6.52
|
6.44
|
5.66
|
4.70
|
4.31
|
4.87
|
7.44
|
6.83
|
5.02
|
4.87
|
5.55
|
5.69
|
2024
|
5.10
|
5.09
|
4.85
|
4.83
|
4.80
|
5.08
|
3.60
|
3.65
|
5.49
|
6.21
|
5.48
|
5.22
|
2025
|
4.26
|
3.61
|
3.34
|
3.16
|
2.82
|
2.10
|
1.61
|
2.07*
|
|
|
|
|
পিডিএফ-ৰ বাবে ইয়াত ক্লিক কৰক
******
SAMRAT/ALLEN/SB
(Release ID: 2166218)
Visitor Counter : 2