প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ

Posted On: 04 SEP 2025 3:30PM by PIB Guwahati

নতুন দিল্লীত আজি গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

এক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্ট কৰে;

"গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী @Bhupendrapbjp-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"

@CMOGuj

***

MJPS/VJ/KD


(Release ID: 2163791) Visitor Counter : 2