প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰতিষ্ঠা দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
25 JAN 2025 9:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ সমূহ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে এক্সত এটা পোষ্টত কয় -
‘প্ৰতিষ্ঠা দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ সকলো বাসিন্দালৈ অশেষ অভিনন্দন। প্ৰাকৃতিক সৌন্দৰ্য্য আৰু অনিৰ্বচনীয় ঐতিহ্য বহন কৰি অহা আমাৰ এই দেৱভূমিয়ে যাতে প্ৰগতিৰ পথত ক্ষীপ্ৰতাৰে আগবাঢ়ি যায় তাৰ কামনা কৰিলোঁ।”
****
MJPS/SR
(रिलीज़ आईडी: 2159159)
आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam