প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ছিকিমৰ মুখ্যমন্ত্ৰীৰ

प्रविष्टि तिथि: 20 MAY 2025 6:05PM by PIB Guwahati

আজি নতুন দিল্লীত ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে X হেণ্ডেলত পোষ্ট কৰি লিখিছে :

“চিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী @PSTAmangGolay এ আজি প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

****

MJPS/SR


(रिलीज़ आईडी: 2158894) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Nepali , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam