প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী সত্যপাল মালিকৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 05 AUG 2025 4:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী সত্যপাল মালিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰদ্ধাৰ সত্যপাল মালিক জীৰ বিয়োগত মৰ্মাহত হৈছো।এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ সৈতে মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ঔম শান্তি।”

***

MJPS/ST/DB


(रिलीज़ आईडी: 2152664) आगंतुक पटल : 33
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam