পোষ্ট কৰা হৈছে:
28 JUL 2025 12:58PM by PIB Guwahati
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত এনেদৰে পোষ্ট কৰেঃ
"অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই @himantabiswa প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক @narendramodi ক সাক্ষাৎ কৰে।" @CMOfficeAssam
***
MJPS/VJ/DD