গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ড্ৰাগছ জব্দ

Posted On: 22 JUL 2025 3:49PM by PIB Guwahati

২০২২ সাপেক্ষে নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৱে (NCRB) প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ২০১৮-ৰ পৰা ২০২২-লৈকে নাৰ্কটিক ড্ৰাগছ আৰু চাইক’ট্ৰপিক চাবচটেন্স আইনৰ অধীনত পঞ্জীয়ন হোৱা জব্দৰ ঘটনা আৰু গোচৰৰ পৰিসংখ্যাৰ ৰাজ্য-ভিত্তিক আৰু বছৰ-ভিত্তিক বিৱৰণ ক্ৰমে পৰিশিষ্ট-I আৰু II ত আছে।

আন্তঃৰাষ্ট্ৰীয় ৰেকেটৰে জড়িত বিশাল পৰিমাণৰ ড্ৰাগছ জব্দৰ ক্ষেত্ৰত তদন্ত, তথ্য আৰু গ্ৰহণ কৰা ব্যৱস্থা নিজ-নিজ ড্ৰাগছ আইন প্ৰয়োগকাৰী সংস্থাই গ্ৰহণ কৰে। ২০২০-ৰ পৰা ২০২৫-লৈকে (মে’লৈকে) এনচিবি-এ ১১৬ টা গুৰুত্বপূৰ্ণ গোচৰ পঞ্জীয়ন কৰিছে, য’ত ১০৯৩১৮ কেজি ড্ৰাগছ জব্দ কৰা হৈছে। এনচিবি-এ ধাৰাবাহিকভাৱে যোগানকাৰী, ৰিচিভাৰ আৰু কেৰিয়াৰক গ্ৰেপ্তাৰত মনোনিৱেশ কৰি আহিছে। ইয়াৰ উপৰিও ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কৰ আৰ্থিক মেৰুদণ্ড ভাঙি পেলোৱাৰ উদ্দেশ্যেৰে সকলো গুৰুত্বপূৰ্ণ গোচৰতে বিত্তীয় তদন্ত কৰা হয়। পুনৰাবৃত্তিমূলক অপৰাধীৰ ক্ষেত্ৰত নাৰ্কটিক ড্ৰাগছ আৰু চাইক’ট্ৰপিক চাবচটেন্সৰ অবৈধ সৰবৰাহ প্ৰতিৰোধ আইন (PITNDPS Act), ১৯৮৮-ৰ বিধানৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিতকৰণৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।

দেশত ইয়াৰ ব্যৱহাৰৰ সমস্যাৰ মূল্যায়ন আৰু জানিবলৈ ৰাষ্ট্ৰীয় ড্ৰাগছ নিৰ্ভৰশীলতা চিকিৎসা কেন্দ্ৰ (NDDTC), এইমছ, নতুন দিল্লীৰ জৰিয়তে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ (MoSJE) দ্বাৰা ‘ভাৰতত দ্ৰব্যৰ অপ-ব্যৱহাৰৰ পৰিসৰ’ সম্পৰ্কে এক বিস্তৃত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সমীক্ষা হাতত লোৱা হৈছিল। ২০১৯-ত ইয়াৰ প্ৰকাশ পাইছিল।

পদাৰ্থ

শিশু আৰু কিশোৰ-কিশোৰী (১০-১৭ বছৰ)

প্ৰাপ্তবয়স্ক (১৮-৭৫ বছৰ)

প্ৰসাৰ

(%ত)

আনুমানিক ব্যৱহাৰকাৰী

প্ৰসাৰ

(%ত)

আনুমানিক ব্যৱহাৰকাৰী

ভাং

০.৯০

২০,০০,০০০

৩.৩০

২,৯০,০০,০০০

অপিঅ’ইড

১.৮০

৪০,০০,০০০

২.১০

১,৯০,০০,০০০

প্ৰশমক

০.৫৮

২০,০০,০০০

১.২১

১,১০,০০,০০০

কোকেইন

০.০৬

২,০০,০০০

০.১১

১০,০০,০০০

এটিএছ

০.১৮

৪,০০,০০০

০.১৮

২০,০০,০০০

হেলুচিনোজেন

০.০৭

২,০০,০০০

০.১৩

২০,০০,০০০

 

উৎসঃ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়।

 

ভাৰতক এখনি ড্ৰাগছ-মুক্ত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে হাতত লোৱা অভিযানৰ অংশ হিচাপে চৰকাৰে ভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াৰে একাংশ ব্যৱস্থাৰ সবিশেষ তলত উল্লেখ কৰা হৈছেঃ -

  1. নাৰ্কটিক ড্ৰাগছ আৰু চাইক’ট্ৰপিক চাবচটেন্স (NDPS) আইন, ১৯৮৫-ত নাৰ্কটিক ড্ৰাগছ, চাইক’ট্ৰপিক চাবচটেন্স আৰু নিয়ন্ত্ৰিত পদাৰ্থৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে ১৩৪ বিধ নাৰ্কটিক ড্ৰাগছ (ধাৰা ২(xi)(b)-ৰ অধীনত), ১৭৩ বিধ চাইক’ট্ৰপিক চাবচটেন্স (ধাৰা ৩-ৰ অধীনত) আৰু ৪৫ বিধ নিয়ন্ত্ৰিত পদাৰ্থৰ সূচী নিৰ্ধাৰণ কৰিছে।

(ধাৰা ৯এ-ৰ অধীনত) জনস্বাৰ্থত ইয়াৰ ব্যৱহাৰ নিয়ন্ত্ৰণ বা নিষিদ্ধকৰণৰ লগতে বৈধ চিকিৎসা আৰু বৈজ্ঞানিক উদ্দেশ্যৰ বাবেহে ইয়াৰ উপলব্ধতা নিশ্চিত কৰা হৈছে।

(ii) কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয় সাধন কৰা ৪-স্তৰীয় নাৰ্ক-সমন্বয় কেন্দ্ৰ (NCORD) ব্যৱস্থা গঠন।

(iii) সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এন্টি-নাৰ্কটিক্স টাস্ক ফ’ৰ্চ (ANTF) গঠন কৰা হৈছে, যিয়ে স্থানীয় বলবৎকৰণৰ বাবে এনচিঅ’আৰডি সচিবালয় হিচাপেও কাম কৰে।

(iv) উল্লেখযোগ্য ড্ৰাগছ জব্দৰ ঘটনাৰ তদন্ত চোৱাচিতা কৰিবলৈ নাৰ্কটিক্স কন্ট্ৰল ব্যুৰ’ৰ (NCB) সঞ্চালক প্ৰধানৰ অধীনত এখন যুটীয়া সমন্বয় কমিটি (JCC) গঠন কৰা হৈছে।

(v) সীমান্ত আৰু ৰেলপথত বলবৎকৰণৰ বাবে এনডিপিএছ আইনৰ অধীনত সীমান্তৰক্ষী বাহিনী আৰু ৰেলৱে সুৰক্ষা বাহিনীক ক্ষমতা প্ৰদান কৰা হৈছে।

(vi) এনচিবি-এ নৌসেনা, ক’ষ্ট গাৰ্ড, সীমান্ত সুৰক্ষা বাহিনী আৰু ৰাজ্যিক এএনটিএফ-ৰ দৰে আন-আন সংস্থাৰ সৈতে সহযোগিতা কৰি যৌথভাৱে ড্ৰাগছ বিৰোধী অভিযান হাতত লৈছে।

(vii) ড্ৰাগছ ধৰা পেলাবলৈ বন্দৰসমূহত চালানৰ ইলেক্ট্ৰনিক স্কেনিং কাৰ্য্যকৰী কৰা হৈছে।

(viii) এনচিবি-এ নিয়মিতভাৱে ড্ৰাগছ আইন প্ৰয়োগকাৰী সংস্থা (DLEA)-ৰ বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে।

(ix) তদন্ত আৰু সক্ৰিয় পুলিচিঙৰ সহায়ৰ বাবে গ্ৰেপ্তাৰ কৰা নাৰ্ক-অপৰাধীৰ ৰাষ্ট্ৰীয় সংহত তথ্যকোষ (NIDAAN) পৰ্টেল মুকলি কৰা হৈছে।

(x) মাদক-পদাৰ্থ নিষেধ সূচনা কেন্দ্ৰ (MANAS)- কল, এছএমএছ, চেটবট, ইমেইল বা ৱেবৰ জৰিয়তে ড্ৰাগছ-সম্পৰ্কীয় ঘটনা সম্পৰ্কে অৱগত কৰিবলৈ ২৪x৭ টোল ফ্ৰী হেল্পলাইন (1933) স্থাপন কৰা হৈছে।

(xi) এনচিবি-এ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ সক্ৰিয় তথ্য-বিনিময় আৰু অনুসন্ধানমূলক সহযোগিতাৰ বাবে ম্যানমাৰ, ইৰান, বাংলাদেশ আদিৰ দৰে চুবুৰীয়া দেশসমূহৰ সৈতে উচ্চ-পৰ্য্যায়ৰ আলোচনাত মিলিত হয়।

(xii) ১০০০-ৰো অধিক মাষ্টাৰ স্বেচ্ছাসেৱকৰ জৰিয়তে দেশৰ সকলো জিলাতে নিচা মুক্তি ভাৰত অভিযান (NMBA) আৰম্ভ কৰা হয়। এই অভিযানে ৫.৫১ কোটিৰো অধিক যুৱক-যুৱতী আৰু ৩.৪৩ কোটি মহিলাকে প্ৰমুখ্য কৰি ১৬.৪৯ কোটিৰো অধিক লোকৰ কাষ চাপিছে।

(xiii) চৰকাৰে সমগ্ৰ দেশতে ৩৫২ টা নিচাসক্তৰ বাবে সংহত পুনৰ্বাসন কেন্দ্ৰ (IRCA), ৪৬ টা সমাজ-ভিত্তিক পীৰ লিড হস্তক্ষেপ (CPLI) কেন্দ্ৰ, ৭৫ টা আউটৰিচ এণ্ড ড্ৰপ ইন কেন্দ্ৰ (ODIC), ১৪৮ টা নিচা চিকিৎসা সুবিধা (ATF), ১৩৮ টা জিলা ডি-এডিকচন কেন্দ্ৰ (DDAC)-ক আৰ্থিক সাহায্য প্ৰদান কৰিছে।

(xiv) সহায় বিচৰা ব্যক্তিসকলক প্ৰাথমিক পৰামৰ্শ আৰু তাৎক্ষণিক সহায় প্ৰদানৰ বাবে এটা টোল-ফ্ৰী হেল্পলাইন নং 14446 আৰম্ভ কৰা হৈছে।

(xv) চৰকাৰে স্বায়ত্তশাসিত সংস্থা নেচনেল ইনষ্টিটিউট অৱ ছ’চিয়েল ডিফেন্সে (NISD) আৰু আন-আন সহযোগী সংস্থা যেনেঃ ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (SCERT), কেন্দ্ৰীয় বিদ্যালয় সংগঠন (KVS) আদিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকাসকলকে প্ৰমুখ্য কৰি সকলো অংশীদাৰৰ বাবে নিয়মীয়াকৈ সজাগতা কাৰ্য্যসূচী অনুষ্ঠিত কৰে।

(xvi) এনএমবিএ-ক সমৰ্থন আৰু গণ সজাগতামূলক কাৰ্য্যসূচী হাতত ল’বলৈ আধ্যাত্মিক সংস্থাসমূহৰ সৈতে বুজাবুজিৰ চুক্তিত (MoU) স্বাক্ষৰ কৰা হৈছে।

******

 

পৰিশিষ্ট-I

২০১৮-ত দেশত নাৰ্কটিক ড্ৰাগছ আৰু চাইকট্ৰপিক চাবচটেন্স (NDPS) আইন, ১৯৮৫-ৰ অধীনত জব্দ কৰা ড্ৰাগছৰ ৰাজ্য-ভিত্তিক/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিক বিৱৰণঃ

 

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

জব্দ কৰা ড্ৰাগছৰ মুঠ পৰিমাণ

কিগ্ৰা

সংখ্যা

লিটাৰ

অন্ধ্ৰ প্ৰদেশ

৩৩৯৩০.৫২২

অৰুণাচল প্ৰদেশ

১৮৬৯.২০৮

৮৭৪

অসম

১৫৪৮৫.৫৯৬

১৬৩৫২৫

৫৪৩৪৬.২০০

বিহাৰ

৩২৪৪২.৯৭০

২০৫১৬

২০৫৩.৪৬০

ছত্তীশগড়

৩৬৭৮৫.৮৬৪

১২৭২৭৭

৩৪৫৭.৭২০

গোৱা

৭৯.৪৬৯

গুজৰাট

১২৭৮০.১৮৬

২৭১২৬

হাৰিয়ানা

১৬২৩৩.৫০৭

৭২৭৪২৫

১২৫৭.৭২৩

হিমাচল প্ৰদেশ

১০৭২.০০৬

১৬০৬০৯

৪৯৬.১০০

১০

ঝাৰখণ্ড

৩৪৬৩.৯৫৮

১৮৩৫

৯৮.১০৫

১১

কৰ্ণাটক

৭৪৮৯.২৪৬

২৮৭১

৬.০০০

১২

কেৰালা

১৩৭৮.৩২৫

২১০৭৫

০.০১২

১৩

মধ্য প্ৰদেশ

৩১১৮৭২১.৪২০

৬২৯৩১৫

৫৭০.৮০০

১৪

মহাৰাষ্ট্ৰ

১৯৭৬৪.৩৩৮

১৪৩০২২

৯০৮.৮০০

১৫

মণিপুৰ

৪০২৭৫.৬৬০

৩৪৭৩০৯

৬.৫৪৪

১৬

মেঘালয়

১৪১৭.৭৪৭

৬৯৫৯২

১৭

মিজোৰাম

২৫০.৭৯১

১০০

১৮

নাগালেণ্ড

২৮১৯.৬৮৬

৪৭১২৫

৩০০.০০০

১৯

ওড়িশা

৫০৭৫৯.৮৯৭

১৬২৮

৭২৬.০০০

২০

পঞ্জাৱ

৫০০৪৫.১৮১

৬৩৯৭৯১৯

৩৬৮.৪০১

২১

ৰাজস্থান

১১১৪৩০.২০০

১২১৫৭৭১

২০১.৮৬০

২২

ছিকিম

০.০১৫

১০৪০

৫.০০০

২৩

তামিলনাডু

১২১১৫.৭০২

১৪৯০৩২

২৪

তেলেংগানা

৬০৫৪.০৯৫

২৫

ত্ৰিপুৰা

৬২৬৭৪.৬১১

৬৪৩৭৫৫

২৩০১৭.৮০০

২৬

উত্তৰ প্ৰদেশ

২২১৭৬০.০৪২

৩০৬৭৪০

৭১৭২১৪৬.১৬০

২৭

উত্তৰাখণ্ড

১৬০৯.৫৬৩

১১৭২১৫

০.০০০

২৮

পশ্চিম বংগ

৩১০৭৯.৯০৫

১৫২৪১

১৫৬৯২.৬০৪

 

মুঠ ৰাজ্য

৩৮৯৩৭৮৯.৭১০

১১৩৩৭৯৩৭

৭২৭৫৬৫৯.২৮৯

২৯

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

৬৭.৯৬৩

৩০

চণ্ডীগড়

৫১.৭০৯

৫২১৬

৫.৪০০

৩১

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ+

২৪.৭৬৯

৩২

দিল্লী

৬১৪৫.৬৬৩

৭৩৮২৫৬

১১২০.০০০

৩৩

জম্মু আৰু কাশ্মীৰ*

১৯৩৫৩.৬৭৭

৮৭৭১৩

৭৯৯৭.২২০

৩৪

লাডাখ

-

-

-

৩৫

লাক্ষাদ্বীপ

০.৬৫০

৩৬

পুডুচেৰী

১৩.৫৪১

 

মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল

২৫৬৫৭.৯৭২

৮৩১১৮৫

৯১২২.৬২০

 

মুঠ (সমগ্ৰ ভাৰত)

৩৯১৯৪৪৭.৬৮২

১২১৬৯১২২

৭২৮৪৭৮১.৯০৯

 

উৎসঃ ক্ৰাইম ইন ইণ্ডিয়া, এনচিআৰবি

পৰিশিষ্ট-I (ক্ৰমশঃ)

 

২০১৯-ত দেশত নাৰ্কটিক ড্ৰাগছ আৰু চাইকট্ৰপিক চাবচটেন্স (NDPS) আইন, ১৯৮৫-ৰ অধীনত জব্দ কৰা ড্ৰাগছৰ ৰাজ্য-ভিত্তিক/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিক বিৱৰণঃ

 

 

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

জব্দ কৰা ড্ৰাগছৰ মুঠ পৰিমাণ

কিগ্ৰা

সংখ্যা

লিটাৰ

অন্ধ্ৰ প্ৰদেশ

৬৬৬৬৯.৫২৯

১৬০

অৰুণাচল প্ৰদেশ

১৯৯৩.৭৫০

অসম

১৭৩৫২.৫৪৪

১৬০৪১২৭

৭৩৭৭.৬৫৮

বিহাৰ

৫১২৪.৭৬১

৪৯১০

৬৭৫.২৬০

ছত্তীশগড়

১৯৯৫৩.২২৫

৮৬০৭৯

১৩০৮.৫০০

গোৱা

৮৫.২১৫

গুজৰাট

১৪৯২৩.৪৮৯

৪২০০

হাৰিয়ানা

১৬৮০৬.২২৮

৮৯২১৩১

৩৬৪৭৯.২০০

হিমাচল প্ৰদেশ

১৭৬৩.৮৫৩

২০০৩৮৬

৯৭০.০০০

১০

ঝাৰখণ্ড

৪০৭৩.৩৩৫

৩৮৩৪

৪৫৫.৮১৬

১১

কৰ্ণাটক

৭৮০০.৭১৮

১৭০৫

১২

কেৰালা

২৫৪৮.৪৭৫

৫৬৬১

১৩

মধ্য প্ৰদেশ

৬০৮৬৪.১২৮

৪০৮৩৯

৪২৬০.০১০

১৪

মহাৰাষ্ট্ৰ

২০৬২২.৭১৭

৩২২০

৪১৯১.৭১২

১৫

মণিপুৰ

৪৬১৪২.১৮৭

৩৯৩৩০৯

৪৮.৩২৪

১৬

মেঘালয়

১২৮১.৯৮৩

৩৬

৭৯.০০০

১৭

মিজোৰাম

৯৯১.১৮৯

১৮

নাগালেণ্ড

১৭৩২.২৭১

২৬০৮৪৯

১.১৩৪

১৯

ওড়িশা

৬১৯৯৩.৮৩৫

১১১২.২০০

২০

পঞ্জাৱ

৪৪২৩৯.০৭০

১০২১৪৭০১

১৫২৬.৭১৬

২১

ৰাজস্থান

৩১০৭৩২.৪২৮

১৫১০৪৪৭

২০৬.২০০

২২

ছিকিম

১৬.৭৯৮

২৩

তামিলনাডু

২৮৭৫৭.৫০২

৪২০

২৪

তেলেংগানা

১৩২৭৮.০৯৩

২৬৪

২৫

ত্ৰিপুৰা

১৫৮৫৮.৯৪৯

২১৫৬৭৫৪

৮৫৮৫২৮.৮২০

২৬

উত্তৰ প্ৰদেশ

২৭২১৯৭.৩১৯

১৩৫৫৩৭৩

১০৭৯১৮৪৯.৮২০

২৭

উত্তৰাখণ্ড

২০৭৩.১০৫

৫২১৪৯

৯৪.০০০

২৮

পশ্চিম বংগ

৩৬৮৩৪.৮৬০

৪০০৭৪৭

২১৩১৬.৩৩৫

 

মুঠ ৰাজ্য

১০৭৬৭১১.৫৫৬

১৯১৯২৩০৩

১১৭৩০৪৮৫.৭০৫

২৯

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

১২১.৯৯৯

১১৭৬১

৭৮.২০০

৩০

চণ্ডীগড়

৩৯৮.৭২৭

১৫০৯৮

২.৪০০

৩১

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ+

৩২

দিল্লী

৭৮৯৫.৯৩৭

১৪৬৫৮৩২

৩০০০.০০০

৩৩

জম্মু আৰু কাশ্মীৰ*

২৬৫১৭.৩৮৮

১৬৪৪২৮

২১৩৩.৩০০

৩৪

লাডাখ

     

৩৫

লাক্ষাদ্বীপ

০.৪৬৬

৩৬

পুডুচেৰী

 

মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল

৩৪৯৩৪.৫১৭

১৬৫৭১১৯

৫২১৩.৯০০

 

মুঠ (সমগ্ৰ ভাৰত)

১১১১৬৪৬.০৭৩

২০৮৪৯৪২২

১১৭৩৫৬৯৯.৬০৫

 

উৎসঃ ক্ৰাইম ইন ইণ্ডিয়া, এনচিআৰবি

পৰিশিষ্ট-I (ক্ৰমশঃ)

২০২০-ত দেশত নাৰ্কটিক ড্ৰাগছ আৰু চাইকট্ৰপিক চাবচটেন্স (NDPS) আইন, ১৯৮৫-ৰ অধীনত জব্দ কৰা ড্ৰাগছৰ ৰাজ্য-ভিত্তিক/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিক বিৱৰণঃ

 

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

জব্দ কৰা ড্ৰাগছৰ মুঠ পৰিমাণ

কিগ্ৰা

সংখ্যা

লিটাৰ

অন্ধ্ৰ প্ৰদেশ

১০৬০৪২.৭৭৫

অৰুণাচল প্ৰদেশ

৪০৩২.৫৪০

অসম

৯২৫৬.১৬২

১১৩৮৪৬৬

৮৫৫৪.৮০০

বিহাৰ

১৩১৬২.২৩১

৩৩৩

৫৯৩৩.৭০০

ছত্তীশগড়

২৯৭৪৩.৪৮৪

৯৬৪৪৫

৯৮৮.৩১০

গোৱা

১৪৯.৫৪২

গুজৰাট

১৩২১৩.২১৪

৩৩০৩০

৮৯৪.৩২৫

হাৰিয়ানা

২৪৬৯৫.৬০২

১৬৬৬৯১১

২১৯৭.৮০০

হিমাচল প্ৰদেশ

৩৮৯৯.৭৭৯

৩২১০৫৪৭

১৪.০০০

১০

ঝাৰখণ্ড

৮৮৩০.৬৪৫

৪৮৮২

৩৪৫.২৩০

১১

কৰ্ণাটক

২১৭২৯.৭৯৩

১২২৪৬

১.৬১০

১২

কেৰালা

৩০৬০.৪৫৯

১৪৪৪

২.১০০

১৩

মধ্য প্ৰদেশ

৫৮০৮৪.৫৫২

২৭৯৭৬০

১৩৬১১.৩০০

১৪

মহাৰাষ্ট্ৰ

২৮৮৩২.৩০৪

৬৬০২৭

৫১৯.১০০

১৫

মণিপুৰ

১৩৫৫.৭৬৩

১১১৭৩৮৮

৫৯০৮.০২০

১৬

মেঘালয়

৯৮৯.৮১৬

৪২৩৪

২.০০০

১৭

মিজোৰাম

৬১৭.৭৩৫

৪৭০

১৩.২৮০

১৮

নাগালেণ্ড

৭৯১.৬৭৬

১৭৯৩৭৩

৭৬.৬০০

১৯

ওড়িশা

৮১৮৪৭.০০১

২০

পঞ্জাৱ

৩৭৩৬৪.৬৭৬

৪৪৬৪৯৮৫৮

৪৫১৭.১৯০

২১

ৰাজস্থান

১৪৮৬০২.২৪৬

৩২৮৫৬৩৮

৬৪.৮২০

২২

ছিকিম

০.৫৮৫

১৯

২৩

তামিলনাডু

২৯৮৭৮৫.২৯৪

৫৫৫৪

২৪

তেলেংগানা

১৯৭০৮.২৯১

৫০৯

১৫০.০০০

২৫

ত্ৰিপুৰা

১৪০০৭.১৪৫

৫৩৯২৪১

১০৪৩৬.৬২০

২৬

উত্তৰ প্ৰদেশ

৩২৭৪২০.৫৬২

১৪০১০৬২

৯৬৫৮৯৬.১৭০

২৭

উত্তৰাখণ্ড

১৮৪৮.৩২৬

৪৫০২১৫

২৪.০০০

২৮

পশ্চিম বংগ

২৫৫০৯.৮০২

৩৬৩৩৯৬

৪০৬২৭.১৩২

 

মুঠ ৰাজ্য

১২৮৩৫৮২.০০০

৫৮৫০৭০৪৮

১০৬০৭৭৮.১০৭

২৯

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

১৫৯.২৩৫

৯২১

৩০

চণ্ডীগড়

৯৫.৯৫৩

৫৫০১

৫.৭৮০

৩১

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ

৭.৩৬০

৩২

দিল্লী

৫৪৮৩.২৪৭

১২৩২২০

২৫৫৮.০০০

৩৩

জম্মু আৰু কাশ্মীৰ

২৭৩৬১.৩৫৩

৬১৮৩৬১

৪০৮৯০.১১০

৩৪

লাডাখ

৩৫

লাক্ষাদ্বীপ

০.৯৩৬

৩৬

পুডুচেৰী

৭৭.১৫৫

 

মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল

৩৩১৮৫.২৩৯

৭৪৮০০৩

৪৩৪৫৩.৮৯০

 

মুঠ (সমগ্ৰ ভাৰত)

১৩১৬৭৬৭.২৩৯

৫৯২৫৫০৫১

১১০৪২৩১.৯৯৭

 

উৎসঃ ক্ৰাইম ইন ইণ্ডিয়া, এনচিআৰবি

পৰিশিষ্ট-I (ক্ৰমশঃ)

২০২১-ত দেশত নাৰ্কটিক ড্ৰাগছ আৰু চাইক’ট্ৰপিক চাবচটেন্স (NDPS) আইন, ১৯৮৫-ৰ অধীনত জব্দ কৰা ড্ৰাগছৰ ৰাজ্য-ভিত্তিক/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিক বিৱৰণঃ

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

জব্দ কৰা ড্ৰাগছৰ মুঠ পৰিমাণ

কিগ্ৰা

সংখ্যা

লিটাৰ

অন্ধ্ৰ প্ৰদেশ

১৯১৭১২.৫৭৪

৫৮

অৰুণাচল প্ৰদেশ

৩৫২৮.৯৪৪

অসম

১৭১৫৬.৭০৩

৪৩০৫১০০

৪৯৬৯৮৭.৬১৫

বিহাৰ

৩৫৪৫৪.৪৬৯

৬০৭৬৯

৪৮২৫.৩৩০

ছত্তীশগড়

২৭৮৮৪.৯৬৯

৩৫৯৭১৪

৪৮৭.৯৩০

গোৱা

১৩৬.৭১১

গুজৰাট

২১৩০৭.০৩৭

৮৬২২

৯২.৩০০

হাৰিয়ানা

২১৩১৩.৬০৬

১০৩৭৪৫৭

৬৯৫.১০০

হিমাচল প্ৰদেশ

৪৪৫৫.১৫১

৫৬৬৮৫৮৫

৮২.০০০

১০

ঝাৰখণ্ড

২০৭৯৯.৭৩৪

২৩২০

৯৫১.৪০০

১১

কৰ্ণাটক

৮৪৭৯.৯৬৩

১৪২০৬

৬.২৬০

১২

কেৰালা

৪০৩০.৮৯৩

৯০৫

১৩

মধ্য প্ৰদেশ

৬৮০৮৮.০০০

৪৪৯৫৫

৬৯০০.৬০০

১৪

মহাৰাষ্ট্ৰ

২৭৯৮৬.০০৭

১৯০

৪৬.৫৪০

১৫

মণিপুৰ

৪০০০৮.৩০৩

১১৯২৯১৩

২১০৮.৪০৯

১৬

মেঘালয়

৯৮৬.৮৮৭

১৯৩৪২

২৮.৮৬০

১৭

মিজোৰাম

২১৫.০০৬

৩৫

২.৭০০

১৮

নাগালেণ্ড

২১৮৭.৬৬৮

১৪৯৫৫৭

৯২.৯০০

১৯

ওড়িশা

১৬৯৪৩৫.৮৯০

৭৯০

২০

পঞ্জাৱ

৩৮৭৮৩.১৭০

১৭৭৭২৬৭৫

৪৮০০.৭২৯

২১

ৰাজস্থান

১৪২৮৩৪.৮৮১

১৩৪৪৫৭৮৯

৩৯.৩০০

২২

ছিকিম

০.৭৩৮

৫৮৫৪১

১২০৪.০৯২

২৩

তামিলনাডু

২০৩৫৪.৭০৬

১০০৯৮

২৪

তেলেংগানা

৩৯৩৬০.৭৭২

২২০

২৮.৬৭০

২৫

ত্ৰিপুৰা

৩৯৭৯৭.৩৬৮

২১২৮০১

২৪৯৭৫.৫৬০

২৬

উত্তৰ প্ৰদেশ

১২৬৬৫৭.৩৯৫

৩২৬৫০৭৩

২৬৭৯০৯.৫০০

২৭

উত্তৰাখণ্ড

২০১৯.৪৫৯

১৪৭৬৭২

২৮

পশ্চিম বংগ

২৯৪১৪.০১২

৪০১৭৭৮

৭৯২৭৩.১১২

 

মুঠ ৰাজ্য

১১০৪৩৯১.০১৬

৪৮১৮০১৬৫

৮৯১৫৩৮.৯০৭

২৯

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

৬২.৩৮৪

৩০

চণ্ডীগড়

১৮১.১০৭

১৮২৯০

১৮.২০০

৩১

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ

১৪.৫৭০

৩২

দিল্লী

৯৯২১.২৯৮

৪২২৭৮

৩৩

জম্মু আৰু কাশ্মীৰ

২২০৮২.৪১৪

১৭১৯৫৪

৪০৬৯.২৩০

৩৪

লাডাখ

৪০৩.০৭৮

৩৫

লাক্ষাদ্বীপ

২.১৫৯

৩৬

পুডুচেৰী

৮৭.৬৭৬

 

মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল

৩২৭৫৪.৬৮৬

২৩২৫২২

৪০৮৭.৪৩০

 

মুঠ (সমগ্ৰ ভাৰত)

১১৩৭১৪৫.৭০২

৪৮৪১২৬৮৭

৮৯৫৬২৬.৩৩৭

 

উৎসঃ ক্ৰাইম ইন ইণ্ডিয়া, এনচিআৰবি

পৰিশিষ্ট-I (ক্ৰমশঃ)

২০২২-ত দেশত নাৰ্কটিক ড্ৰাগছ আৰু চাইক’ট্ৰপিক চাবচটেন্স (NDPS) আইন, ১৯৮৫-ৰ অধীনত জব্দ কৰা ড্ৰাগছৰ ৰাজ্য-ভিত্তিক/কেন্দ্ৰীয় শাসিত অঞ্চলভিত্তিক বিৱৰণঃ

 

 

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

জব্দ কৰা ড্ৰাগছৰ মুঠ পৰিমাণ

কিগ্ৰা

সংখ্যা

লিটাৰ

অন্ধ্ৰ প্ৰদেশ

১৬৯২২৩.৫৬৭

১১৮০৩

অৰুণাচল প্ৰদেশ

৩৫৩৩.৬৫০

অসম

৪৯৫১৫.৬৪৫

৫২৮১৪৮৮

৪৩৯৭০৭৯.৬০০

বিহাৰ

৩১৯৮৫.৯০৩

৪৭৪৩৭

১৮২৩৭.৯০০

ছত্তীশগড়

২৫৪২৭.৫৯৯

৫১৯৮০৯

৪৪৪০৩.২০০

গোৱা

২০৬.৮৪০

গুজৰাট

২৯২৩০.৫৫০

১৮৫

১২৪২.৬৮০

হাৰিয়ানা

২৪৯৪৯.৩৬৪

৮৭৮৮৮৭

৯৮০.৪৫০

হিমাচল প্ৰদেশ

৯৪৩.৪৩৩

৯৪২০৮

২২৫.৫০০

১০

ঝাৰখণ্ড

৩৭৩২২.৬২৩

৪৬০১

২৫৭.৯৫০

১১

কৰ্ণাটক

১০৫৭৭.২৩৮

২৮২০

৩৪.০০০

১২

কেৰালা

৫৬৩৯.২৭৩

২৮০৮

০.০৪৩

১৩

মধ্য প্ৰদেশ

৭০৭২২.৬৩৫

৩৫৬৫৫

৬৭০২.৫২০

১৪

মহাৰাষ্ট্ৰ

২০১৮৫.৫০৯

২২৬৭২

৫২৪০.৩০৮

১৫

মণিপুৰ

১৮৪৫৪.০১৬

৮৩৪৯৬৭

৩৪৬১.৮৩০

১৬

মেঘালয়

৩৯৯৩.২৫৫

১৯৩২৫

২৮.৯০০

১৭

মিজোৰাম

৩৮৮.৫৩০

৬৩.৮০০

১৮

নাগালেণ্ড

৭৭৯১.২৯৬

১৬৯৪৩৩

২৫১.৫৬০

১৯

ওড়িশা

১৪৪১৮১.০৩৪

২০

পঞ্জাৱ

৪৯৪২১.৮৫৮

৬২৪৬১৫১

৫০১৭.২০০

২১

ৰাজস্থান

১৫৫১৬১.৫৫০

৬৮৪১৮৮

১৫.৮০০

২২

ছিকিম

২৪.০৮৩

২৪৬২৯

৯.৮০৩

২৩

তামিলনাডু

২৭৫০৯.৭০১

৭৬৫৪০

৫৮.৬৪৫

২৪

তেলেংগানা

৩১৭৭১.৬৩০

৫১২

১০০.৩৭০

২৫

ত্ৰিপুৰা

৬১৭৯৫.৩৬০

১৫৫৪২৩

১২২৯৪.৫০০

২৬

উত্তৰ প্ৰদেশ

১০৫১৯৯৭.০০১

৯৩৩৬৮৯

৭৬৫৯৩.৯৮০

২৭

উত্তৰাখণ্ড

১৪৯২.৫২০

১৫৫২০১

৩০৭.০০০

২৮

পশ্চিম বংগ

২৩৮৯৭.৭৬৭

৬৩১৬২৪

৬৭১৮২.৮৬০

 

মুঠ ৰাজ্য

২০৫৭৩৪৩.৪৩০

১৬৮৩৪০৫৫

৪৬৩৯৭৯০.৩৯৯

২৯

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

৬০.৬৭৯

৩২৫

২.৬০০

৩০

চণ্ডীগড়

৩৬০.০০৫

২৬২৭

৩১

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ

১১.১৫৪

৩২

দিল্লী

৫৫১২.৪৪৮

৩৫৩১৬৮

৩৩

জম্মু আৰু কাশ্মীৰ

১৭১৯২.৪০৯

৩০০৭৭৬

৯৫৬.১০০

৩৪

লাডাখ

০.৭৩৫

৩৫

লাক্ষাদ্বীপ

৪.২২৮

৩৬

পুডুচেৰী

৯০.৪৪৮

২০

 

মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল

২৩২৩২.১০৬

৬৫৬৯১৬

৯৫৮.৭০০

 

মুঠ (সমগ্ৰ ভাৰত)

২০৮০৫৭৫.৫৩৬

১৭৪৯০৯৭১

৪৬৪০৭৪৯.০৯৯

 

উৎসঃ ক্ৰাইম ইন ইণ্ডিয়া, এনচিআৰবি

 

পৰিশিষ্ট-II

নাৰ্কটিক ড্ৰাগছ আৰু চাইক’ট্ৰপিক চাবচটেন্স (NDPS) আইন, ১৯৮৫-ৰ অধীনত ২০১৮-ৰ পৰা ২০২২-ৰ ভিতৰত ৰাজ্য-ভিত্তিক আৰু বছৰ অনুসৰি পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

২০১৮

২০১৯

২০২০

২০২১

২০২২

 

অন্ধ্ৰ প্ৰদেশ

৫৩৪

৭১৭

৮৬৬

১৬৩৫

১৩৯১

 

অৰুণাচল প্ৰদেশ

১২২

১২৪

১৩২

২৬৪

৩০৬

 

অসম

৪৭৮

৮৪১

৯৮৩

২২৯১

২৯০২

 

বিহাৰ

৬১৫

৬৯৭

৯৬৪

১৪৬৯

১৮২৩

 

ছত্তীশগড়

৭১২

৭০৭

৮৭৫

১১২৩

১১৫৫

 

গোৱা

২২২

২১৮

১৪৭

১২১

১৫৩

 

গুজৰাট

১৫০

২৮৯

৩০৮

৪৬১

৫০৮

 

হাৰিয়ানা

২৫৮৭

২৬৭৭

৩০৬০

২৭৪১

৩৮১৫

 

হিমাচল প্ৰদেশ

১৩৪২

১৪৩৯

১৫৩৮

১৫৩৭

১৫১৬

 

১০

ঝাৰখণ্ড

২৩৭

২৪২

৪১৫

৬০৯

৪৬৪

 

১১

কৰ্ণাটক

১০৩০

১৬৫২

৪০৫৪

৫৭৮৭

৬৩৯৯

 

১২

কেৰালা

৮৭২৪

৯২৪৫

৪৯৬৮

৫৬৯৫

২৬৬১৯

 

১৩

মধ্য প্ৰদেশ

১৮৭৪

৩৪৩২

৩১৫৫

৪০৬৮

৪৮১১

 

১৪

মহাৰাষ্ট্ৰ

১২১৯৫

১৪১৫৮

৪৭১৪

১০০৮৭

১৩৮৩০

 

১৫

মণিপুৰ

৩৮১

৩৩৮

৩০৪

৩৫৪

৫১৮

 

১৬

মেঘালয়

৮১

১১৭

৭৬

৬৯

১১৬

 

১৭

মিজোৰাম

১৬৪

১৬০

৯৭

১২২

২৪৫

 

১৮

নাগালেণ্ড

৬৬

১৪২

১১৫

১৫৪

২৪২

 

১৯

ওড়িশা

৫৭৩

৯৮০

১১৭৯

১৬৪২

১৮৯১

 

২০

পঞ্জাৱ

১১৬৫৪

১১৫৩৬

৬৯০৯

৯৯৭২

১২৪৪২

 

২১

ৰাজস্থান

১৮৬২

২৫৯২

২৭৪৩

২৯৮৯

৩৮২১

 

২২

ছিকিম

২০

১৯

৫২

৪১

 

২৩

তামিলনাডু

৩৭১৭

৪৩২৯

৫৪০৩

৬৮৫২

১০৩৮৫

 

২৪

তেলেংগানা

৩১১

৪৬৪

৫০৯

১৩৪৬

১২৭৯

 

২৫

ত্ৰিপুৰা

৪৩১

৩১৬

৩০৭

৩৫৭

৫৬২

 

২৬

উত্তৰ প্ৰদেশ

৮৮২১

১০১৯৮

১০৮৫২

১০৪৩২

১১৫৪১

 

২৭

উত্তৰাখণ্ড

১০৬৪

১৩৯৬

১২৮২

১৭৬২

১৪৪০

 

২৮

পশ্চিম বংগ

১৪৭৯

১৪২১

১৬২৬

১৮৯০

১৬০৮

 

 

মুঠ ৰাজ্য

৬১৪৩৩

৭০৪৪৭

৫৭৬০০

৭৫৮৮১

১১১৮২৩

 

২৯

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

৪৯

১৩৩

৫৫

২৮

৫২

 

৩০

চণ্ডীগড়

১৭৮

২২৬

১৩৪

৮৯

১৮২

 

৩১

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ+

১১

 

৩২

দিল্লী

৫০৭

৭১২

৭৪৮

৫৬৬

১১৭৯

 

৩৩

জম্মু আৰু কাশ্মীৰ*

৯৩৮

১১৭৩

১২২২

১৬৮১

১৮৩৭

 

৩৪

লাডাখ

 

৩৫

লাক্ষাদ্বীপ

 

৩৬

পুডুচেৰী

২১

২৬

৩৬

৭২

১৪১

 

 

মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল

১৭০৪

২২৭৪

২২০৬

২৪৫০

৩৪১৩

 

 

মুঠ (সমগ্ৰ ভাৰত)

৬৩১৩৭

৭২৭২১

৫৯৮০৬

৭৮৩৩১

১১৫২৩৬

 

উৎসঃ ক্ৰাইম ইন ইণ্ডিয়া, এনচিআৰবি

 

 

 

 

 

                         

 

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।

***

RK/VV/HS/PS/PR/SB


(Release ID: 2148794) Visitor Counter : 3
Read this release in: English , Urdu , Hindi