প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম বাৰ্ষিকীত মহান স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 19 JUL 2025 9:13AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শ্ৰী পাণ্ডেক ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনোৱা দেশৰ আগশাৰীৰ যোদ্ধা হিচাপে প্ৰশংসা কৰে।

এক্সৰ এটা তেওঁ লিখেঃ

“মহান স্বাধীনতা সংগ্ৰামী মংগল পাণ্ডেৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনালোঁ। তেওঁ আছিল ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনোৱা দেশৰ আগশাৰীৰ যোদ্ধা। তেওঁৰ সাহস আৰু বীৰত্বৰ কাহিনী দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব।”

*****

MJPS/SR/DB


(रिलीज़ आईडी: 2146683) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali-TR , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam