প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভগৱান বীৰছা মুণ্ডালৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 09 JUN 2025 1:29PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা সংগ্ৰামৰ মহান নায়ক ভগৱান বীৰছা মুণ্ডাক  শ্বহীদ দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভগৱান বীৰছা মুণ্ডাই জনজাতীয় ভাই-ভনীসকলৰ  কল্যাণ আৰু তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ লগতে কয় যে তেওঁৰ ত্যাগ আৰু আত্মোৎসৰ্গাই দেশবাসীক অনুপ্ৰাণিত কৰি যাব।

প্ৰধানমন্ত্ৰীয়ে এক্সত  এইবুলি পোষ্ট কৰিছে;

"স্বাধীনতা সংগ্ৰামৰ মহান নায়ক ভগৱান বীৰছা মুণ্ডা জীলৈ  তেওঁৰ বলিদান দিৱসত সন্মানজনক শ্ৰদ্ধাঞ্জলি। তেওঁ জনজাতীয় ভাই-ভনীসকলৰ কল্যাণৰ বাবে আৰু তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ ত্যাগ আৰু নিষ্ঠাই দেশবাসীক সদায় অনুপ্ৰাণিত কৰিব।"

 

***

MJPS/ST/DM


(रिलीज़ आईडी: 2135256) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam