পোষ্ট কৰা হৈছে:
24 MAY 2025 8:43PM by PIB Guwahati
ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ছচিয়েল মিডিয়া এক্সত পোষ্ট কৰা হৈছে:
“ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী @MohanMOdishaই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@CMO_Odisha”
**********
MJPS/SR