প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উৎকল দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
01 APR 2025 8:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৎকল দিৱস উপলক্ষে ওড়িশাবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ওড়িশাৰ ইতিহাস, সাহিত্য আৰু সংগীতক লৈ ভাৰত গৌৰৱান্বিত। ইয়াৰ সমান্তৰালকৈ তেওঁ কয় যে কেন্দ্ৰ আৰু ওড়িশা চৰকাৰে ৰাজ্যখনৰ অগ্ৰগতিৰ বাবে ব্যাপক হাৰত কাম কৰি আছে।
এক্সৰ পৃথক পোষ্টত তেওঁ লিখে-"উৎকল দিৱসৰ শুভেচ্ছা জনালোঁ!
এই দিনটো ওড়িশাৰ গৌৰৱময় সংস্কৃতিৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি। ভাৰতে ওড়িশাৰ ইতিহাস, সাহিত্য আৰু সংগীতক লৈ গৌৰৱ অনুভৱ কৰিছে। ওড়িশাৰ জনসাধাৰণ কঠোৰ পৰিশ্ৰমী আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাইছে। বিগত এবছৰত কেন্দ্ৰ আৰু ওড়িশা চৰকাৰে ৰাজ্যখনৰ অগ্ৰগতি বাবে ব্যাপক হাৰত কাম কৰি আহিছে।"
*******
MJPS/SR/DB
(ৰিলিজ আই ডি : 2117134)
অতিথি কক্ষ : 66
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam