প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 18 MAR 2025 3:33PM by PIB Guwahati

ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত এনেদৰে পোষ্ট কৰিছে;

"ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী @vishnudsai, প্ৰধানমন্ত্ৰী @narendramodi

@ChhattisgarhCMO”

***

MJPS/ST/HS


(ৰিলিজ আই ডি : 2112300) অতিথি কক্ষ : 51