প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম জয়ন্তীত জয়ললিতাজীক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
प्रविष्टि तिथि:
24 FEB 2025 5:54PM by PIB Guwahati
জন্ম জয়ন্তীত আজি জয়ললিতাজীক স্মৰণ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁক এগৰাকী সহানুভূতিশীল নেতা আৰু উৎকৃষ্ট প্ৰশাসক হিচাপে প্ৰশংসা কৰে, যিয়ে তামিলনাডুৰ বিকাশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
‘এক্স’-ত কৰা এটা পৃথক ‘পোষ্ট’ত তেওঁ লিখিছে:
"জন্ম জয়ন্তীত জয়ললিতাজীক স্মৰণ কৰিছোঁ। তেওঁ এগৰাকী সহানুভূতিশীল নেতা আৰু উৎকৃষ্ট প্ৰশাসক হিচাপে বাৰুকৈয়ে প্ৰশংসিত হৈছিল, যিয়ে তামিলনাডুৰ বিকাশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। এয়া মোৰ সৌভাগ্য যে মই অসংখ্যবাৰ তেওঁৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ। জনসাধাৰণৰ পক্ষত গ্ৰহণ কৰা পদক্ষেপসমূহত তেওঁ সদায়ে অতি উত্সাহী আৰু সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত সদা সচেষ্ট আছিল।"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2107136)
आगंतुक पटल : 38
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam