প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
পোষ্ট কৰা হৈছে:
26 FEB 2025 1:35PM by PIB Guwahati
তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘হেণ্ডেল’-য়ে ‘এক্স’-ত পোষ্ট কৰিছে:
"তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী @revanth_anumula য়ে প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।
@TelanganaCMO"
***
MJPS/SR/KB
(ৰিলিজ আই ডি : 2106409)
অতিথি কক্ষ : 59
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam