প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 25 DEC 2024 9:10AM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত অটল বিহাৰী বাজপেয়ীৰ শততম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰেঃ "প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী জীলৈ তেওঁৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। এখন শক্তিশালী, সমৃদ্ধিশালী আৰু স্বাৱলম্বী ভাৰত গঢ়িবলৈ তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁৰ দৃষ্টিভংগী আৰু মিছনে বিকশিত ভাৰতৰ সংকল্পত নিৰন্তৰ শক্তিৰ সঞ্চাৰ কৰি থাকিব।”

***

MJPS/VJ/MS


(रिलीज़ आईडी: 2087985) आगंतुक पटल : 61
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam