প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গীতা জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে

পোষ্ট কৰা হৈছে: 11 DEC 2024 10:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গীতা জয়ন্তী উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে পবিত্ৰ শাস্ত্ৰৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি এটা চমু ভিডিঅ'ও শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

"গীতা জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছো। ভাৰতীয় সংস্কৃতি, আধ্যাত্মিকতা আৰু পৰম্পৰাক পথ প্ৰদৰ্শন কৰা ঐশ্বৰিক শাস্ত্ৰৰ দিৱস হিচাপে উদযাপন কৰা এই পবিত্ৰ উৎসৱে সকলোকে কৰ্মযোগৰ পথ দেখুৱাব লাগে। জয় শ্ৰী কৃষ্ণ!"

 

***

MJPS/RT/MK/BB


(ৰিলিজ আই ডি : 2083114) অতিথি কক্ষ : 61