প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
प्रविष्टि तिथि:
29 NOV 2024 2:55PM by PIB Guwahati
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী চিদ্দাৰামাইয়াৰ লগতে উপ মুখ্যমন্ত্ৰী শ্ৰী ডি কে শিৱকুমাৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘হেণ্ডেল’-য়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:
"কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী @siddaramaiah আৰু উপ মুখ্যমন্ত্ৰী শ্ৰী @DKShivakumarয়ে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2079716)
आगंतुक पटल : 32
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam