প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জনজাতীয় গৌৰৱ দিৱস হৈছে মাতৃভূমিৰ সন্মান আৰু স্বাভিমান সুৰক্ষিত কৰিবলৈ আমাৰ জনজাতীয় জনগোষ্ঠীসমূহৰ অতুলনীয় শৌৰ্য আৰু বলিদানৰ প্ৰতীক
জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ৰাষ্ট্ৰক উদ্দেশ্যি সন্মানীয়া ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণ শুনিবলৈ প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক আহ্বান জনায়
प्रविष्टि तिथि:
15 NOV 2024 1:43PM by PIB Guwahati
জনজাতীয় গৌৰৱ দিৱস উপলক্ষে সন্মানীয়া ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণ শুনিবলৈ নাগৰিকসকলক আহ্বান জনাই, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে জনজাতীয় গৌৰৱ দিৱস হৈছে মাতৃভূমিৰ সন্মান আৰু স্বাভিমান সুৰক্ষিত কৰিবলৈ আমাৰ জনজাতীয় জনগোষ্ঠীসমূহৰ অতুলনীয় শৌৰ্য আৰু বলিদানৰ প্ৰতীক।
ভাৰতৰ ৰাষ্ট্ৰপতিৰ হেণ্ডেলত এটা পোষ্টৰ প্ৰতিক্ৰিয়া কৰি, শ্ৰী মোদীয়ে লিখে:
“জনজাতীয় গৌৰৱ দিৱস হৈছে মাতৃভূমিৰ সন্মান আৰু স্বাভিমান ৰক্ষা কৰিবলৈ আমাৰ জনজাতীয় সমুদায়ৰ অতুলনীয় শৌৰ্য আৰু বলিদানৰ প্ৰতীক। এই উপলক্ষৰ সৈতে জড়িত মাননীয়া ৰাষ্ট্ৰপতি জীৰ ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া এই ভাষণ দেশবাসীয়ে নিশ্চিতভাৱে শুনিব লাগে…”
**********
MJPS/SR
(रिलीज़ आईडी: 2075006)
आगंतुक पटल : 92
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam