প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম জয়ন্তীত ‘ভাৰত ৰত্ন’ নানাজী দেশমুখলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
11 OCT 2024 8:47AM by PIB Guwahati
জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভাৰত ৰত্ন’ নানাজী দেশমুখলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰতৰ গ্ৰামীণ জনসাধাৰণৰ সৱলীকৰণৰ প্ৰতি শ্ৰী দেশমুখৰ নিষ্ঠা আৰু সেৱাক স্মৰণ আৰু প্ৰশংসা কৰে।
এক্স-ৰ এটা পোষ্টত তেওঁ কয়:
"ভাৰত ৰত্ন’ নানাজী দেশমুখৰ জন্ম জয়ন্তীত দেশবাসীৰ হৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। দেশৰ গাওঁবাসী, বিশেষকৈ দুখীয়া সমাজৰ সৱলীকৰণৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু সেৱা সদায় স্মৰণীয় হৈ থাকিব। ”
***
MJPS/SR/KB
(रिलीज़ आईडी: 2064494)
आगंतुक पटल : 77
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam