প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জৰুৰী অৱস্থা প্ৰতিৰোধ কৰা সকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 25 JUN 2024 10:48AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে আজি জৰুৰী অৱস্থাপ্ৰতিৰোধ কৰাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে Xত এনেদৰে পোষ্ট কৰিছে:

 

জৰুৰী অৱস্থাৰ প্ৰতিৰোধ কৰা সেই সকলো মহান পুৰুষ আৰু মহিলালৈ আজিশ্ৰদ্ধাঞ্জলি জনোৱাৰ দিন।

#DarkDaysOfEmergencyআমাক মনত পেলাই দিয়ে কেনেকৈ কংগ্ৰেছ দলে মৌলিক স্বাধীনতাখৰ্ব কৰিছিল আৰু প্ৰতিজন ভাৰতীয়ই যথেষ্ট সন্মান কৰা ভাৰতৰ সংবিধানক পদদলিত কৰিছিল।

— নৰেন্দ্ৰ মোদী (@narendramodi) ২৫ জুন, ২০২৪

***

DS/ST/HS/BB


(रिलीज़ आईडी: 2028636) आगंतुक पटल : 85
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam