প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উস্ত্ৰাসনৰ ভিডিও শ্বেয়াৰ প্রধানমন্ত্ৰী মোদীৰ

Posted On: 18 JUN 2024 10:29AM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উস্ত্ৰাসনৰ অৰ্থাৎ উটৰ দৰে আসনৰ ভিডিও ক্লিপ এটা শ্বেয়াৰ কৰিছে। এই আসনে পিঠি আৰু ডিঙিৰ মাংসপেশী শক্তিশালী কৰে আৰু ৰক্ত সৰবৰাহ তথা দৃষ্টিশক্তি উন্নীত কৰে।

আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ প্ৰস্তুতিৰ সময়তে শ্বেয়াৰ কৰা এই ক্লিপটোত এই আসনৰ ভংগীবোৰ হিন্দী আৰু ইংৰাজী উভয়তে ব্যাখ্যা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে X ত এনেদৰে পোষ্ট কৰিছে:

'উস্ত্ৰাসনে পিঠি আৰু ডিঙিৰ মাংসপেশী শক্তিশালী কৰে। ই ৰক্ত সঞ্চালন আৰু দৃষ্টিশক্তিও উন্নীত কৰে।'

DS/SR/HS/ID


(Release ID: 2026071) Visitor Counter : 65