স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

উৰা বাতৰি বনাম প্ৰকৃত সত্য

উত্তৰ-পূবৰ ৰাজ্যসমূহত কোনো এন.ই.ই.টি এমডিএছ পৰীক্ষা কেন্দ্ৰ নাই বুলি দাবী কৰা সংবাদ মাধ্যমৰ প্ৰতিবেদন মিছা

শ্বিলং, নাহৰলগুন, কহিমা, আইজল, গুৱাহাটী আৰু কলকাতাত পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে

Posted On: 13 MAR 2024 8:15PM by PIB Guwahati

কিছু সংবাদ মাধ্যমৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ৰাষ্ট্ৰীয় প্ৰৱেশ তথা যোগ্যতা পৰীক্ষা (এনইইটি) – মাষ্টাৰ অফ ডেন্টাল চাৰ্জাৰী (এমডিএছ)ৰ কোনো পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হোৱা নাই। এই প্ৰতিবেদন সত্য নহয়।

উত্তৰ-পূবৰ ৰাজ্যসমূহত শ্বিলং, নাহৰলগুন, কহিমা, আইজল, গুৱাহাটী আৰু কলকাতাত এটাকৈ কেন্দ্ৰ আছে। তদুপৰি, ১১ মাৰ্চ-২০২৪ তাৰিখে বন্ধ হোৱা এনইইটি-এমডিএছ ২০২৪-ৰ বাবে দ্বিতীয় আবেদনত মাত্ৰ ৫৬০জন প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল।

 

**** 

 

MV/AR



(Release ID: 2015266) Visitor Counter : 32


Read this release in: English , Urdu , Hindi