প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘লোহৰি’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 13 JAN 2024 5:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘লোহৰি’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"সুন্দৰকৈ লোহৰি উদযাপন কৰক!"

 

 

***

DS/TS/KB


(ৰিলিজ আই ডি : 1996473) অতিথি কক্ষ : 108