গৃহ মন্ত্ৰালয়

নেশ্যনেল অটোমেটেড ফিংগাৰপ্ৰিণ্ট আইডেণ্টিফিকেশ্যন ছিষ্টেম (এনএএফআইএছ)

Posted On: 06 DEC 2023 4:10PM by PIB Guwahati

ৰাষ্ট্ৰীয় স্তৰত স্বচালিত ৰূপত আঙুলিৰ ছাপৰ জৰিয়তে চিনাক্ত কৰিবলৈ এক বিশেষ প্ৰণালী নেশ্যনেল অটোমেটেড ফিংগাৰপ্ৰিণ্ট আইডেণ্টিফিকেশ্যন ছিষ্টেম (এনএএফআইএছ)ক দেশজুৰি ১০২২টা স্থানত স্থাপন কৰা হৈছে (৩০ নৱেম্বৰ ২০২৩ পৰ্যন্ত):-

  • জিলা/অন্য পুলিচ ইউনিট: ৮৪০

  • আয়ুক্ত কাৰ্যালয়: ৭৪

  • কেন্দ্ৰীয় আইন প্ৰৱৰ্তন এজেঞ্চী: ৭০

  • চেণ্ট্ৰেল ফিংগাৰপ্ৰিণ্ট ব্যুৰো: ২

  • ৰাজ্যৰ/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ফিংগাৰপ্ৰিণ্ট ব্যুৰো: ৩৬

নেশ্যনেল অটোমেটেড ফিংগাৰপ্ৰিণ্ট আইডেণ্টিফিকেশ্যন ছিষ্টেম এপ্লিকেশ্যনলৈ সুৰক্ষিত গমন সুনিশ্চিত কৰিবলৈ ভিপিএন আইডি সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সৈতে প্ৰস্তুত আৰু শ্বেয়াৰ কৰা হৈছে।

গৃহ ৰাজ্য মন্ত্ৰী শ্ৰী অজয় কুমাৰ মিশ্ৰই ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

**********

AY/ASH/RR/380



(Release ID: 1983892) Visitor Counter : 56


Read this release in: English , Urdu , Hindi , Punjabi