প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অযোধ্যা দীপোৎসৱৰ শক্তিৰ ওচৰত প্ৰণাম প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
12 NOV 2023 8:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অযোধ্যা দীপোৎসৱৰ শক্তিয়ে দেশত নতুন স্পন্দন জগাই তুলিব। ভগৱান শ্ৰীৰামে যেন সকলো দেশবাসীক আশীৰ্বাদ কৰি যায়, তেওঁ যেন সকলোৰে প্ৰেৰণাৰ স্ৰোত হৈ তাকে তাৰ কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰি লিখিছে -
“অদ্ভূত, অলৌকিক আৰু অবিস্মৰণীয়!
লাখ লাখ চাকিৰে আলোকিত অযোধ্যা চহৰৰ অনবদ্য দীপোৎসৱত সমগ্ৰ দেশ আলোকিত হৈ পৰিছে। এই উৎসৱৰ পৰা নিগৰিত শক্তিয়ে সমগ্ৰ ভাৰততে নতুন উদ্যম আৰু উৎসাহ বিয়পাইছে। ভগৱান শ্ৰী ৰাম যেন সকলো দেশবাসীৰ বাবে প্ৰেৰণা হৈ উঠে তাৰ কামনা কৰিলোঁ, লগতে মোৰ দেশবাসীৰ মংগল কামনা কৰিছো।
জয় ছিয়া ৰাম!"
******
DS
(रिलीज़ आईडी: 1977314)
आगंतुक पटल : 113
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam