প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ধনতেৰেছত দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 NOV 2023 8:56AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুস্বাস্থ্য, সুখ আৰু সমৃদ্ধিৰ প্ৰতীক পৱিত্ৰ ধনতেৰেছ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে ভগৱান ধন্বন্তৰীৰ আশীৰ্বাদ বিচাৰিছে আৰু সকলো নাগৰিক স্বাস্থ্যৱান, সমৃদ্ধ আৰু সুখী হৈ থকাৰ কামনা কৰিছে, যাতে উন্নত ভাৰতৰ সংকল্পই নতুন শক্তি লাভ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কয় ঃ
"সুস্বাস্থ্য আৰু সুখ-সমৃদ্ধিৰ প্ৰতীক ধনতেৰেছ উৎসৱৰ বাবে দেশৰ মোৰ পৰিয়ালৰ সকলো সদস্যক বহুত বহুত অভিনন্দন জনাইছোঁ। মই কামনা কৰোঁ যে ভগৱান ধন্বন্তৰীৰ কৃপাত আপোনালোক সকলোৱে সদায় স্বাস্থ্যৱান, সমৃদ্ধ আৰু সুখী হৈ থাকক, যাতে উন্নত ভাৰতৰ সংকল্পই নতুন শক্তি লাভ কৰে।"
*********
DS/ST/KD
(रिलीज़ आईडी: 1976070)
आगंतुक पटल : 104
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam