বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

২০২২ চনৰ জুন মাহৰ তুলনাত ২০২৩ চনৰ জুন মাহত আঠটা মূল উদ্যোগৰ সৰ্বমুঠ সূচাংক ৮.২ শতাংশ (অস্থায়ী) বৃদ্ধি পাইছে

বিগত বৰ্ষৰ জুন মাহৰ তুলনাত ২০২৩ চনৰ জুন মাহত তীখা, কয়লা, চিমেণ্ট, শোধনাগাৰৰ সামগ্ৰী, প্ৰাকৃতিক গেছ, সাৰ আৰু বিদ্যুতৰ উৎপাদন বৃদ্ধি দেখা গৈছে

Posted On: 31 JUL 2023 5:00PM by PIB Guwahati

২০২২ চনৰ জুন মাহৰ সূচকাংকৰ তুলনাত ২০২৩ চনৰ জুন মাহত আঠটা মূল উদ্যোগৰ সংযুক্ত সূচকাংকত (আইচিআই) ৮.২ শতাংশ (অস্থায়ী) বৃদ্ধি পাইছে। বিগত বৰ্ষৰ জুন মাহৰ তুলনাত ২০২৩ চনৰ জুন মাহত তীখা, কয়লা, চিমেণ্ট, শোধনাগাৰ সামগ্ৰী, প্ৰাকৃতিক গেছ, সাৰ আৰু বিদ্যুতৰ উৎপাদন বৃদ্ধি পাইছে। আইচিআইয়ে আঠটা মূল উদ্যোগ ক্ৰমে কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, শোধনাগাৰৰ সামগ্ৰী, সাৰ, তীখা, চিমেণ্ট আৰু বিদ্যুতৰ উৎপাদনৰ সংযুক্ত আৰু একক প্ৰদৰ্শনৰ জোখ লয়। ঔদ্যোগিক উৎপাদন সূচকাংক (আই আই পি)ত অন্তৰ্ভুক্ত সামগ্ৰীৰ ওজনৰ ৪০.২৭ শতাংশই হৈছে আঠটা মূল উদ্যোগৰ সামগ্ৰী। বাৰ্ষিক আৰু মাহেকীয়া সূচকাংক আৰু বৃদ্ধিৰ হাৰৰ বিৱৰণ ক্ৰমে পৰিশিষ্ট ‘ক’ আৰু ‘খ’ ত দিয়া হৈছে।

২০২৩ চনৰ মাৰ্চ মাহৰ বাবে আঠটা মূল উদ্যোগৰ সূচকাংকৰ চূড়ান্ত বৃদ্ধিৰ হাৰ অস্থায়ী স্তৰ ৩.৬ শতাংশৰ পৰা ৪.২ শতাংশলৈ সংশোধন কৰা হৈছে। ২০২৩-২৪ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে আইচিআইৰ ক্ৰমবৰ্ধমান বৃদ্ধিৰ হাৰ যোৱা বছৰৰ সংশ্লিষ্ট সময়ছোৱাৰ তুলনাত ৫.৮ শতাংশ (অস্থায়ী) বুলি প্ৰতিবেদন দাখিল কৰা হৈছে।

আঠটা মূল উদ্যোগৰ সূচকাংকৰ সাৰাংশ তলত দিয়া হৈছে:

কয়লা - ২০২২ চনৰ জুন মাহত হোৱা কয়লা উৎপাদনৰ তুলনাত ২০২৩ চনৰ জুন মাহত হোৱা কয়লাৰ উৎপাদন (ওজন: ১০.৩৩ শতাংশ) ৯.৮ শতাংশ বৃদ্ধি পাইছে। ২০২৩-২৪ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে এই ত্ৰিমাসিকত ইয়াৰ ক্ৰমবৰ্ধমান সূচকাংক পূৰ্বৰ বছৰৰ একে সময়ছোৱাতকৈ ৮.৭ শতাংশ বৃদ্ধি পাইছে।

খাৰুৱা তেল - ২০২২ চনৰ জুন মাহৰ তুলনাত ২০২৩ চনৰ জুন মাহত খাৰুৱা তেলৰ উৎপাদন (ওজন: ৮.৯৮ শতাংশ) ০.৬ শতাংশ হ্ৰাস পাইছে। ২০২৩-২৪ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে এই ত্ৰৈমাসিকত ইয়াৰ ক্ৰমবৰ্ধমান সূচকাংক পূৰ্বৰ বছৰৰ একে সময়ছোৱাৰ তুলনাত ২.০ শতাংশ হ্ৰাস পাইছে।

প্ৰাকৃতিক গেছ - ২০২২ চনৰ জুন মাহৰ তুলনাত ২০২৩ চনৰ জুন মাহত প্ৰাকৃতিক গেছৰ উৎপাদন (ওজন: ৬.৮৮ শতাংশ) ৩.৬ শতাংশ বৃদ্ধি পাইছে। ২০২৩-২৪ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে এই ত্ৰৈমাসিকত ইয়াৰ ক্ৰমবৰ্ধমান সূচকাংক পূৰ্বৰ বছৰৰ একে সময়ছোৱাৰ তুলনাত ০.১ শতাংশ বৃদ্ধি পাইছে।

পেট্ৰ’লিয়াম শোধনাগাৰৰ সামগ্ৰী - ২০২২ চনৰ জুন মাহত ২০২৩ চনৰ জুন মাহত পেট্ৰলিয়াম শোধনাগাৰৰ উৎপাদন (ওজন: ২৮.০৪ শতাংশ) ৪.৬ শতাংশ বৃদ্ধি পাইছে। ২০২৩-২৪ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে এই ত্ৰৈমাসিকত ইয়াৰ সঞ্চিত সূচকাংক পূৰ্বৰ বছৰৰ একে সময়ছোৱাতকৈ ১.৯ শতাংশ বৃদ্ধি পাইছে।

সাৰ - ২০২২ চনৰ জুন মাহৰ তুলনাত ২০২৩ চনৰ জুন মাহত সাৰ উৎপাদন (ওজন: ২.৬৩ শতাংশ) ৩.৪ শতাংশ বৃদ্ধি পাইছে। ২০২৩-২৪ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে এই ত্ৰৈমাসিকত ইয়াৰ ক্ৰমবৰ্ধমান সূচকাংক পূৰ্বৰ বছৰৰ একে সময়ছোৱাৰ তুলনাত ১১.৩ শতাংশ বৃদ্ধি পাইছে।

তীখা - ২০২২ চনৰ জুন মাহত ২০২৩ চনৰ জুন মাহত তীখাৰ উৎপাদন (ওজন: ১৭.৯২ শতাংশ) ২১.৯ শতাংশ বৃদ্ধি পাইছে।২০২৩-২৪ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে এই ত্ৰৈমাসিকত ইয়াৰ ক্ৰমবৰ্ধমান সূচকাংক পূৰ্বৰ বছৰৰ একে সময়ছোৱাতকৈ ১৫.৯ শতাংশ বৃদ্ধি পাইছে।

চিমেণ্ট - ২০২২ চনৰ জুন মাহত ২০২৩ চনৰ জুন মাহত চিমেণ্টৰ উৎপাদন (ওজন: ৫.৩৭ শতাংশ) ৯.৪ শতাংশ বৃদ্ধি পাইছে। ২০২৩-২৪ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে এই ত্ৰৈমাসিকৰ ভিতৰত ইয়াৰ ক্ৰমবৰ্ধমান সূচকাংক পূৰ্বৰ বছৰৰ একে সময়ছোৱাৰ তুলনাত ১২.২ শতাংশ বৃদ্ধি পাইছে।

বিদ্যুৎ - ২০২২ চনৰ জুন মাহত ২০২৩ চনৰ জুন মাহত বিদ্যুৎ উৎপাদন (ওজন: ১৯.৮৫ শতাংশ) ৩.৩ শতাংশ বৃদ্ধি পাইছে। ২০২৩-২৪ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে এই ত্ৰৈমাসিকত ইয়াৰ ক্ৰমবৰ্ধমান সূচকাংক পূৰ্বৰ বছৰৰ একে সময়ছোৱাতকৈ ১.০ শতাংশ বৃদ্ধি পাইছে।

টোকা ১: ২০২৩ চনৰ এপ্ৰিল, ২০২৩ চনৰ মে’, আৰু ২০২৩ চনৰ জুন মাহৰ তথ্য সাময়িক। উৎস সংস্থাসমূহৰ পৰা আপডেট কৰা তথ্য অনুসৰি মূল উদ্যোগসমূহৰ সূচকাংক সংখ্যাসমূহ সংশোধন/ চূড়ান্ত কৰা হয়।

টোকা ২: ২০১৪ চনৰ এপ্ৰিল মাহৰ পৰা নবীকৰণযোগ্য উৎসৰ পৰা বিদ্যুৎ উৎপাদনৰ তথ্যও অন্তৰ্ভুক্ত কৰা হৈছে।

টোকা ৩: ওপৰত উল্লেখ কৰা উদ্যোগভিত্তিক ওজনৰ তথ্যসমূহ আইআইপিৰ পৰা আহৰণ কৰা হৈছে।

টোকা ৪: ২০১৯ চনৰ মাৰ্চ মাহৰ পৰা সম্পূৰ্ণ তীখাৰ উৎপাদনৰ ভিতৰত ‘কল্ড ৰোল্ড (চি আৰ) কইল’ বস্তুৰ অধীনত Hot Rolled Pickled and Oiled (HRPO)  নামৰ এটা নতুন ষ্টীল সামগ্ৰীও অন্তৰ্ভুক্ত কৰা হৈছে।

টোকা ৫: ২০২৩ চনৰ জুলাই মাহৰ সূচকাংক মুকলি কৰা হ’ব ৩১ আগষ্ট ২০২৩ তাৰিখ বৃহস্পতিবাৰে।

 

আঠটা মুখ্য উদ্যোগৰ প্ৰদৰ্শন

মাহেকীয়া সূচাংক আৰু বিকাশৰ হাৰ

ভিত্তিবৰ্ষ: ২০১১-১২=১০০

সূচাংক

খণ্ড

কয়লা

খাৰুৱা তেল

প্ৰাকৃতিক গেছ

শোধনাগাৰ সামগ্ৰী

সাৰ

তীখা

চিমেণ্ট

বিদ্যুৎ

সামগ্ৰিক বিকাশ

ওজন

১০.৩৩

৮.৯৮

৬.৮৮

২৮.০৪

২.৬৩

১৭.৯২

৫.৩৭

১৯.৮৫

১০০

২০১২-১৩

১০৩.২

৯৯.৪

৮৫.৬

১০৭.২

৯৬.৭

১০৭.৯

১০৭.৫

১০৪

১০৩.৮

২০১৩-১৪

১০৪.২

৯৯.২

৭৪.৫

১০৮.৬

৯৮.১

১১৫.৮

১১১.৫

১১০.৩

১০৬.৫

২০১৪-১৫

১১২.৬

৯৮.৪

৭০.৫

১০৮.৮

৯৯.৪

১২১.৭

১১৮.১

১২৬.৬

১১১.৭

২০১৫-১৬

১১৮

৯৭

৬৭.২

১১৪.১

১০৬.৪

১২০.২

১২৩.৫

১৩৩.৮

১১৫.১

২০১৬-১৭

১২১.৮

৯৪.৫

৬৬.৫

১১৯.৭

১০৬.৬

১৩৩.১

১২২

১৪১.৬

১২০.৫

২০১৭-১৮

১২৪.৯

৯৩.৭

৬৮.৪

১২৫.২

১০৬.৬

১৪০.৫

১২৯.৭

১৪৯.২

১২৫.৭

২০১৮-১৯

১৩৪.১

৮৯.৮

৬৯

১২৯.১

১০৭

১৪৭.৭

১৪৭

১৫৬.৯

১৩১.২

২০১৯-২০

১৩৩.৬

৮৪.৫

৬৫.১

১২৯.৪

১০৯.৮

১৫২.৬

১৪৫.৭

১৫৮.৪

১৩১.৬

২০২০-২১

১৩১.১

৮০.১

৫৯.৮

১১৪.৯

১১১.৬

১৩৯.৪

১৩০

১৫৭.৬

১২৩.২

  ২০২১-২২

১৪২.৩

৭৭.৯

৭১.৩

১২৫.১

১১২.৪

১৬৩

১৫৬.৯

১৭০.১

১৩৬.১

  ২০২২-২৩

১৬৩.৫

৭৬.৬

৭২.৪

১৩১.২

১২৫.১

১৭৮.১

১৭০.৬

১৮৫.২

১৪৬.৭

Apr-Jun ২২-২৩*

১৫০.৭

৭৮.৩

৭১.৮

১৩৪.১

১১৬.২

১৬৪.৭

১৭১.২

১৯৭.১

১৪৬

Apr-Jun ২৩-২৪*

১৬৩.৭

৭৬.৮

৭১.৯

১৩৬.৭

১২৯.২

১৯০.৯

১৯২.১

১৯৯.১

১৫৪.৫

 

* অস্থায়ী

 বিকাশৰ হাৰ (বছৰেকীয়া ভিত্তিত শতাংশ হিচাপত)

খণ্ড

কয়লা

খাৰুৱা তেল

প্ৰাকৃতিক গেছ

শোধনাগাৰ সামগ্ৰী

সাৰ

তীখা

চিমেণ্ট

বিদ্যুৎ

সামগ্ৰিক বিকাশ

ওজন

১০.৩৩

৮.৯৮

৬.৮৮

২৮.০৪

২.৬৩

১৭.৯২

৫.৩৭

১৯.৮৫

১০০

২০১২-১৩

৩.২

-০.৬

-১৪.৪

৭.২

-৩.৩

৭.৯

৭.৫

৩.৮

২০১৩-১৪

-০.২

-১২.৯

১.৪

১.৫

৭.৩

৩.৭

৬.১

২.৬

২০১৪-১৫

-০.৯

-৫.৩

০.২

১.৩

৫.১

৫.৯

১৪.৮

৪.৯

২০১৫-১৬

৪.৮

-১.৪

-৪.৭

৪.৯

-১.৩

৪.৬

৫.৭

২০১৬-১৭

৩.২

-২.৫

-১

৪.৯

০.২

১০.৭

-১.২

৫.৮

৪.৮

২০১৭-১৮

২.৬

-০.৯

২.৯

৪.৬

০.০৩

৫.৬

৬.৩

৫.৩

৪.৩

২০১৮-১৯

৭.৪

-৪.১

০.৮

৩.১

০.৩

৫.১

১৩.৩

৫.২

৪.৪

২০১৯-২০

-০.৪

-৫.৯

-৫.৬

০.২

২.৭

৩.৪

-০.৯

০.৯

০.৪

২০২০-২১

-১.৯

-৫.২

-৮.২

-১১.২

১.৭

-৮.৭

-১০.৮

-০.৫

-৬.৪

২০২১-২২

৮.৫

-২.৬

১৯.২

৮.৯

০.৭

১৬.৯

২০.৮

১০.৪

২০২২-২৩

১৪.৮

-১.৭

১.৬

৪.৮

১১.৩

৯.৩

৮.৭

৮.৯

৭.৮

Apr-Jun ২২-২৩*

৩১.৯

০.৬

৪.৮

১৩.৫

১৩.৩

৬.৯

১৭.২

১৭.১

১৩.৯

Apr-Jun ২৩-২৪*

৮.৭

-২

০.১

১.৯

১১.৩

১৫.৯

১২.২

৫.৮

 

 *অস্থায়ী। বছৰেকীয়া ভিত্তিত পূৰ্বৰ বৰ্ষৰ একেই মাহৰ গণনা।

  

আঠটা মুখ্য উদ্যোগৰ প্ৰদৰ্শন

মাহেকীয়া সূচাংক আৰু বিকাশৰ হাৰ

ভিত্তিবৰ্ষ: ২০১১-১২=১০০

সূচাংক

খণ্ড

কয়লা

খাৰুৱা তেল

প্ৰাকৃতিক গেছ

শোধনাগাৰ সামগ্ৰী

সাৰ

তীখা

চিমেণ্ট

বিদ্যুৎ

সামগ্ৰিক বিকাশ

ওজন

১০.৩৩

৮.৯৮

৬.৮৮

২৮.০৪

২.৬৩

১৭.৯২

৫.৩৭

১৯.৮৫

১০০

22-Jun

১৪৮

৭৬.৯

৭০.৯

১৩০.৩

১২৬.৪

১৫৮.২

১৭৭.৪

১৯৬.৯

১৪৩.৯

22-Jul

১৩২.৭

৭৭.৩

৭২.৬

১২৯.৮

১২৭.৬

১৬৬.৮

১৫৫.৪

১৮৮.৯

১৪১.১

22-Aug

১২৭.৫

৭৬.৭

৭৩

১২৩.৬

১৩০.৯

১৭০.৫

১৫২

১৯১.৩

১৩৯.৯

22-Sep

১২৭.৫

৭৫.২

৭২.১

১২০.২

১২৭

১৭২.৮

১৫৮.৭

১৮৭.৪

১৩৮.৬

22-Oct

১৪৫.৮

৭৭.৪

৭৩

১২৩.৫

১২৯.৫

১৭৭.৩

১৫৫.২

১৬৯.৩

১৩৮.৮

22-Nov

১৬৭.৫

৭৫.৮

৭১.৮

১১৯.৭

১২৯.২

১৭৫.৫

১৬৪.৩

১৬৬.৭

১৩৯.৪

22-Dec

১৮৪.৪

৭৮.২

৭৪.৫

১৩৯.৩

১২৯.৯

১৯০.৯

১৮৪.৮

১৭৯.৪

১৫৩.৪

23-Jan

১৯৮.৬

৭৮.৩

৭৫.২

১৪২

১৩৫.৮

১৯৯.৫

১৮৪.৭

১৮৬.৬

১৫৮.৮

23-Feb

১৯০.১

৬৮.১

৬৭

১২৯.১

১২৫.২

১৮৫.৪

১৮০.২

১৭৪

১৪৭.৩

23-Mar

২৩৫.৫

৭৭.৩

৭৪.৬

১৪৪.৭

১১৮.১

২০৪.৪

১৯৮.৪

১৮৮

১৬৪.৭

Apr-২৩*

১৬১.২

৭৫.১

৬৯

১৩২.৭

১১৮.৭

১৮৯.২

১৯১.৪

১৯২.৩

১৫০.৮

May-২৩*

১৬৭.৬

৭৮.৮

৭৩.৩

১৪১.১

১৩৮.২

১৯০.৭

১৯০.৮

২০১.৬

১৫৭.১

Jun-২৩*

১৬২.৪

৭৬.৪

৭৩.৪

১৩৬.২

১৩০.৮

১৯২.৯

১৯৪

২০৩.৪

১৫৫.৭

 *অস্থায়ী।

বিকাশৰ হাৰ (বছৰেকীয়া ভিত্তিত শতাংশ হিচাপত)

খণ্ড

কয়লা

খাৰুৱা তেল

প্ৰাকৃতিক গেছ

শোধনাগাৰ সামগ্ৰী

সাৰ

তীখা

চিমেণ্ট

বিদ্যুৎ

সামগ্ৰিক বিকাশ

ওজন

১০.৩৩

৮.৯৮

৬.৮৮

২৮.০৪

২.৬৩

১৭.৯২

৫.৩৭

১৯.৮৫

১০০

22-Jun

৩২.১

-১.৭

১.২

১৫.১

৮.২

৩.৩

১৯.৭

১৬.৫

১৩.১

22-Jul

১১.৪

-৩.৮

-০.৩

৬.২

৬.২

৭.৫

০.৭

২.৩

৪.৮

22-Aug

৭.৭

-৩.৩

-০.৯

১১.৯

৫.৮

২.১

১.৪

৪.২

22-Sep

১২.১

-২.৩

-১.৭

৬.৬

১১.৮

৭.৭

১২.৪

১১.৬

৮.৩

22-Oct

৩.৮

-২.২

-৪.২

-৩.১

৫.৪

৫.৮

-৪.২

১.২

০.৭

22-Nov

১২.৩

-১.১

-০.৭

-৯.৩

৬.৪

১১.৫

২৯.১

১২.৭

৫.৭

22-Dec

১২.৩

-১.২

২.৬

৩.৭

৭.৩

১২.৩

৯.৫

১০.৪

৮.৩

23-Jan

১৩.৬

-১.১

৫.২

৪.৫

১৭.৯

১৪.৩

৪.৭

১২.৭

৯.৭

23-Feb

-৪.৯

৩.১

৩.৩

২২.২

১২.৪

৭.৪

৮.২

৭.৪

23-Mar

১১.৭

-২.৮

২.৭

১.৫

৯.৭

১২.১

-০.২

-১.৬

৪.২

Apr-২৩*

৯.১

-৩.৫

-২.৮

-১.৫

২৩.৫

১৫.৩

১২

-১.১

৪.৩

May-২৩*

৭.২

-১.৯

-০.৩

২.৮

৯.৭

১০.৯

১৫.৩

০.৮

Jun-২৩*

৯.৮

-০.৬

৩.৬

৪.৬

৩.৪

২১.৯

৯.৪

৩.৩

৮.২

 

 *অস্থায়ী। বছৰেকীয়া ভিত্তিত পূৰ্বৰ বৰ্ষৰ একেই মাহৰ গণনা।                                             

***



(Release ID: 1944509) Visitor Counter : 144