প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জয়ন্তী উপলক্ষে লোকমান্য তিলকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 23 JUL 2023 9:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জয়ন্তী উপলক্ষে লোকমান্য তিলকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কয় যে স্বাধীনতা আন্দোলনত তেওঁ সাহস, সংগ্ৰাম আৰু সমৰ্পণৰ কাহিনীয়ে দেশবাসীক সদায় অনুপ্ৰাণিত কৰি থাকিব৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“পূৰ্ণ স্বৰাজৰ দাবীৰ বিদেশী শাসনৰ ভেঁটি কঁপোৱা দেশৰ অমৰ যোদ্ধা লোকমান্য তিলকক তেওঁ জয়ন্তীত কোটি কোটি প্ৰণিপাত জনাইছো৷ স্বাধীনতা আন্দোলনত তেওঁ সাহস, সংগ্ৰাম আৰু সমৰ্পণৰ কাহিনীয়ে দেশবাসীক সদায় অনুপ্ৰাণিত কৰি থাকিব৷”

 

पूर्ण स्वराज की मांग से विदेशी हुकूमत की नींव हिलाने वाले देश के अमर सेनानी लोकमान्य तिलक को उनकी जन्म-जयंती पर कोटि-कोटि नमन। आजादी के आंदोलन में उनके साहस, संघर्ष और समर्पण की कहानी देशवासियों को सदा प्रेरित करती रहेगी।

— Narendra Modi (@narendramodi) July 23, 2023

 

 

*******



(Release ID: 1941954) Visitor Counter : 88