প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনাইছে

प्रविष्टि तिथि: 22 APR 2023 9:20AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-ফিতৰ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"ঈদ-উল-ফিতৰ উপলক্ষে শুভেচ্ছা। আমাৰ সমাজত সংহতি আৰু সহমৰ্মিতাৰ ভাব অব্যাহত থাকক। মই লগতে সকলোৰে সুস্বাস্থ্য আৰু মংগলৰ বাবে প্ৰাৰ্থনা জনাইছো। ঈদ মোবাৰক!"

**********


(रिलीज़ आईडी: 1918920) आगंतुक पटल : 128
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam