প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘বৈশাখী’ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
Posted On:
14 APR 2023 8:36AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বৈশাখী’ৰ পৱিত্ৰ উপলক্ষত ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক ‘টুইট’যোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"বৈশাখীৰ শুভেচ্ছা জনাইছো। এই উপলক্ষত সমাজত একতাৰ বান্ধোন কটকটীয়া হওক।"
***
(Release ID: 1916490)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam