প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সত্যব্ৰত মুখাৰ্জীৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
03 MAR 2023 6:16PM by PIB Guwahati
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সত্যব্ৰত মুখাৰ্জীৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা টুইটত কয়;
"প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সত্যব্ৰত মুখাৰ্জীৰ মৃত্যুত ব্যথিত হৈছো। তেওঁ পশ্চিম বংগত বিজেপিৰ ভেটি গঢ়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আইনী কুশলতাৰ লগতে বৌদ্ধিক দক্ষতাৰ বাবে তেওঁ জনসাধাৰণৰ শ্ৰদ্ধা লাভ কৰিছিল। তেওঁৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।"
***
DS/TS/KB
(ৰিলিজ আই ডি : 1904275)
অতিথি কক্ষ : 152
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam