প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশ জুৰি চলা ‘মেগা চাইক্লথন’ৰ অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

प्रविष्टि तिथि: 15 FEB 2023 10:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশ জুৰি চলা ‘মেগা চাইক্লথন’ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে স্বাস্থ্যকৰ জীৱনযাপনৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে লোৱা পদক্ষেপৰ বাবে সকলোকে প্ৰশংসা কৰে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ ভাৰতী প্ৰবীণ পাৱাৰে কৰা এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"যিসকলে অংশগ্ৰহণ কৰিছিল আৰু স্বাস্থ্যকৰ জীৱনযাপনৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছিল তেওঁলোকক প্ৰশংসা কৰিছো।"

***

DS/ST/KB


(रिलीज़ आईडी: 1900119) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam