প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পদ্ম বঁটা বিজয়ীসকলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
25 JAN 2023 10:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটা লাভ কৰা সমাজৰ বিভিন্ন ব্যক্তিসকলক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়,
"পদ্ম বঁটা লাভ কৰা সকলো ব্যক্তিক অভিনন্দন জনাইছো। দেশলৈ তেওঁলোকৰ চহকী আৰু বৈচিত্ৰময় অৱদান তথা আমাৰ উন্নতিৰ গতিপথ বৃদ্ধিৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাক ভাৰতে লালন-পালন কৰে। #PeoplesPadma"।
***
DS/SH/MS
(रिलीज़ आईडी: 1894083)
आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam