গৃহ মন্ত্ৰালয়

ঘোষণা হ’ল ২০২৩ বৰ্ষৰ পদ্ম পুৰস্কাৰ

Posted On: 25 JAN 2023 9:50PM by PIB Guwahati

দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহৰ ভিতৰত অন্যতম পদ্ম বঁটা আজি ঘোষণা কৰা হয়। তিনিটা শ্ৰেণী ক্ৰমে পদ্ম বিভূষণ, পদ্মভূষণ, আৰু পদ্মশ্ৰী সন্মানেৰে বিভূষিত হ’বলগীয়া দেশৰ বিশিষ্ট ব্যক্তিসকলৰ নামসমূহ আজি ঘোষণা কৰা হৈছে। এই বঁটাসমূহ বিভিন্ন শাখা যেনে- কলা, সামাজিক কাম, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা ইত্যাদিত প্ৰদান কৰা হয়। 'পদ্ম বিভূষণ' ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে প্ৰদান কৰা হয়; উচ্চ ক্ৰমৰ বিশিষ্ট সেৱাৰ বাবে 'পদ্মভূষণ' আৰু যিকোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে 'পদ্মশ্ৰী' বঁটা প্ৰদান কৰা হয়। প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ সৈতে সংগতি ৰাখি এই বঁটাসমূহ ঘোষণা কৰা হয়।

সাধাৰণতে প্ৰতি বছৰে মাৰ্চ/এপ্ৰিলৰ সময়ছোৱাতে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা আড়ম্বৰপূৰ্ণ আনুষ্ঠানিক অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে। ২০২৩ বৰ্ষৰ বাবে, ৰাষ্ট্ৰপতিয়ে তলত দিয়া তালিকা অনুসৰি টা দ্বৈতক্ষেত্ৰসহ (দুয়োটা ক্ষেত্ৰত, বঁটাটো এক হিচাপে গণনা কৰা হয়) ১০৬ টা পদ্ম বঁটালৈ অনুমোদন জনাইছে। তালিকাখনত টা পদ্ম বিভূষণ, ৯ টা পদ্মভূষণ আৰু ৯১ টা পদ্মশ্ৰী বঁটা আছে। বঁটা প্ৰাপকসকলৰ ভিতৰত ১৯ গৰাকী মহিলা আৰু বিদেশী/এনআৰআই/পিআইঅ'/অচিআই শ্ৰেণীৰ জন লোকৰ উপৰিও মৰণোত্তৰভাৱে বঁটা বিজয়ী জন ব্যক্তিও অন্তৰ্ভুক্ত আছে।

পদ্মবিভূষণ ()

 

ক্ৰমিক নং

নাম

ক্ষেত্ৰ

ৰাজ্য/দেশ

  1.  

শ্ৰী বালকৃষ্ণ দোশী (মৰণোত্তৰভাৱে)

অন্যান্য - স্থাপত্যকলা

গুজৰাট

  1.  

শ্ৰী জাকিৰ হুছেইন

কলা

মহাৰাষ্ট্ৰ

  1.  

শ্ৰী এছ এম কৃষ্ণ

ৰাজহুৱা পৰিক্ৰমা

কৰ্ণাটক

  1.  

শ্ৰী দিলীপ মহালানবিশ (মৰণোত্তৰভাৱে)

ঔষধ/চিকিৎসা বিজ্ঞান

পশ্চিমবঙ্গ

  1.  

শ্ৰী শ্ৰীনিবাস বৰ্ধন

বিজ্ঞান আৰু অভিযান্ত্ৰিক

আমেৰিকা যুক্তৰাষ্ট্ৰ

  1.  

শ্ৰী মুলায়ম সিং যাদৱ (মৰণোত্তৰভাৱে)

ৰাজহুৱা পৰিক্ৰমা

উত্তৰ প্ৰদেশ

পদ্মভূষণ ()

 

ক্ৰমিক নং

নাম

ক্ষেত্ৰ

ৰাজ্য/দেশ

  1.  

শ্ৰী এছ এল বিৰাপ্পা

সাহিত্য আৰু শিক্ষা

কৰ্ণাটক

  1.  

শ্ৰী কুমাৰ মংগলম বিৰলা

বাণিজ্য আৰু উদ্যোগ

মহাৰাষ্ট্ৰ

  1.  

শ্ৰী দীপক ধৰ

বিজ্ঞান আৰু অভিযান্ত্ৰিক

মহাৰাষ্ট্ৰ

  1.  

শ্ৰীযুতা বাণী জয়ৰাম

কলা

তামিলনাডু

  1.  

স্বামী চিন্না জীয়াৰ

অন্যান্য - আধ্যাত্মিকতা

তেলেংগানা

  1.  

শ্ৰীযুতা সুমন কল্যাণপুৰ

কলা

মহাৰাষ্ট্ৰ

  1.  

শ্ৰী কপিল কাপুৰ

সাহিত্য আৰু শিক্ষা

দিল্লী

  1.  

শ্ৰীযুতা সুধা মূৰ্তি

সমাজকৰ্ম

কৰ্ণাটক

  1.  

শ্ৰী কমলেশ ডি পেটেল

অন্যান্য - আধ্যাত্মিকতা

তেলেংগানা

 

পদ্মশ্ৰী (৯১)

ক্ৰমিক নং

নাম

ক্ষেত্ৰ

ৰাজ্য/দেশ

16

ড. সুকামা আচাৰ্য

অন্যান্য - আধ্যাত্মিকতা

হাৰিয়ানা

17

শ্ৰীযুতা যোধাইয়াৱাঈ বাইগা

কলা

মধ্যপ্ৰদেশ

18

শ্ৰী প্ৰেমজিৎ বাৰিয়া

কলা

দাদৰা আৰু নগৰ হাফেলী আৰু দমন-দিউ

19

শ্ৰীযুতা ঊষা বাৰ্লে

কলা

ছট্টিশগড়

20

শ্ৰী মুনিশ্বৰ চন্দাৱাৰ

ঔষধ/চিকিৎসা বিজ্ঞান

মধ্যপ্ৰদেশ

21

শ্ৰী হেমন্ত চৌহান

কলা

গুজৰাট

22

শ্ৰী ভানুবাঈ চিটাৰা

কলা

গুজৰাট

23

শ্ৰীযুতা হেমপ্ৰভা চুতীয়া

কলা

অসম

24

শ্ৰী নৰেন্দ্ৰ চন্দ্ৰ দেৱবাৰ্মা (মৰণোত্তৰভাৱে)

ৰাজহুৱা পৰিক্ৰমা

ত্ৰিপুৰা

25

শ্ৰীযুতা সুভদ্ৰা দেৱী

কলা

বিহাৰ

26

শ্ৰী খাদাৰ ৱাল্লি ডুডেকুলা

বিজ্ঞান আৰু অভিযান্ত্ৰিক

কৰ্ণাটক

27

শ্ৰী হেমচন্দ্ৰ গোস্বামী

কলা

অসম

28

শ্ৰীযুতা প্ৰীতিকণা গোস্বমী

কলা

পশ্চিমবঙ্গ

29

শ্ৰী ৰাধাচৰণ গুপ্তা

সাহিত্য আৰু শিক্ষা

উত্তৰ প্ৰদেশ

30

শ্ৰী মোড়াডুগু বিজয় গুপ্তা

বিজ্ঞান আৰু অভিযান্ত্ৰিক

তেলেংগানা

31

শ্ৰী আহমেদ হুছেইন আৰু শ্ৰী মহম্মদ হুছেইন *(দ্বৈতভাৱে)

কলা

ৰাজস্থান

32

শ্ৰী দিলছাঁদ হুছেইন

কলা

উত্তৰ প্ৰদেশ

33

শ্ৰী ভীকু ৰামজী ঈডাটে

সমাজকৰ্ম

মহাৰাষ্ট্ৰ

34

শ্ৰী চি আই আইজাক

সাহিত্য আৰু শিক্ষা

কেৰালা

35

শ্ৰী ৰট্টন সিং জাগ্গি

সাহিত্য আৰু শিক্ষা

পঞ্জাৱ

36

শ্ৰী বিক্ৰম বাহাদুৰ জামাতীয়া

সমাজকৰ্ম

ত্ৰিপুৰা

37

শ্ৰী ৰামকুইৱাংগে জেনে

সমাজকৰ্ম

অসম

38

শ্ৰী ৰমেশ ৰাধেশ্যাম ঝুনঝুনৱালা (মৰণোত্তৰভাৱে)

বাণিজ্য আৰু উদ্যোগ

মহাৰাষ্ট্ৰ

39

শ্ৰী ৰতন চন্দ্ৰ কৰ

ঔষধ/চিকিৎসা বিজ্ঞান

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

40

শ্ৰী মহিপট কাৱি

কলা

গুজৰাট

41

শ্ৰী এম এম কীৰাৱানী

কলা

অন্ধ্ৰপ্ৰদেশ

42

শ্ৰী আৰীজ খাম্বাট্টা (মৰণোত্তৰভাৱে)

বাণিজ্য আৰু উদ্যোগ

গুজৰাট

43

শ্ৰী পৰশুৰাম কোমাজি খুনে

কলা

মহাৰাষ্ট্ৰ

44

শ্ৰী গণেশ নাগাপ্পা কৃষ্ণৰাজনাগাড়া

বিজ্ঞান আৰু অভিযান্ত্ৰিক

অন্ধ্ৰপ্ৰদেশ

45

শ্ৰী মাগুনি চৰণ কোঁৱৰ

কলা

ওডিষা

46

শ্ৰী আনন্দ কুমাৰ

সাহিত্য আৰু শিক্ষা

বিহাৰ

47

শ্ৰী অৰবিন্দ কুমাৰ

বিজ্ঞান আৰু অভিযান্ত্ৰিক

উত্তৰ প্ৰদেশ

48

শ্ৰী দোমৰ সিং কোঁৱৰ

কলা

ছট্টিশগড়

49

শ্ৰী ৰিজিংবৰ কুৰকালাং

কলা

মেঘালয়

50

শ্ৰীযুতা হীৰাবাঈ লোবি

সমাজকৰ্ম

গুজৰাট

51

শ্ৰী মুলচান্দ লোধা

সমাজকৰ্ম

ৰাজস্থান

52

শ্ৰীযুতা ৰাণী মাছাইয়া

কলা

কৰ্ণাটক

53

শ্ৰী অজয় কুমাৰ মাণ্ডৱী

কলা

ছট্টিশগড়

54

শ্ৰী প্ৰভাকৰ ভানুদাস মাণ্ডে

সাহিত্য আৰু শিক্ষা

মহাৰাষ্ট্ৰ

55

শ্ৰী গজানন জগন্নাথ মানে

সমাজকৰ্ম

মহাৰাষ্ট্ৰ

56

শ্ৰী অন্তৰ্যামী মিশ্ৰ

সাহিত্য আৰু শিক্ষা

ওডিষা

57

শ্ৰী নাডোজা পিণ্ডিপাপানাহাল্লি মুনিভেংকটাপ্পা

কলা

কৰ্ণাটক

58

অধ্যাপক (ড.) মহেন্দ্ৰ পাল

বিজ্ঞান আৰু অভিযান্ত্ৰিক

গুজৰাট

59

শ্ৰী উমা শংকৰ পাণ্ডে

সমাজকৰ্ম

উত্তৰ প্ৰদেশ

60

শ্ৰী ৰমেশ পাৰমাৰ আৰু শ্ৰীযুতা শান্তি পাৰমাৰ *(দ্বৈতভাৱে)

কলা

মধ্যপ্ৰদেশ

61

ডাঃ নলিনী পাৰ্থসাৰথি

ঔষধ/চিকিৎসা বিজ্ঞান

পণ্ডিচেৰী

62

শ্ৰী হনুমন্ত ৰাও পশুপুলেটী

ঔষধ/চিকিৎসা বিজ্ঞান

তেলেংগানা

63

শ্ৰী ৰমেশ পতঙ্গে

সাহিত্য আৰু শিক্ষা

মহাৰাষ্ট্ৰ

64

শ্ৰীযুতা কৃষ্ণ পেটেল

কলা

ওডিষা

65

শ্ৰী কে কল্যাণসুন্দৰম পিল্লাই

কলা

তামিলনাডু

66

শ্ৰী ভি পি আপ্পুকুট্টন পোড়ুৱাল

সমাজকৰ্ম

কেৰালা

67

শ্ৰী কপিল দেৱ প্ৰসাদ

কলা

বিহাৰ

68

শ্ৰী এছ আৰ ডি প্ৰসাদ

ক্ৰীড়া

কেৰালা

69

শ্ৰী শ্বাহ ৰছিদ আহমেদ কাদ্ৰি

কলা

কৰ্ণাটক

70

শ্ৰী চি ভি ৰাজু

কলা

অন্ধ্ৰপ্ৰদেশ

71

শ্ৰী বাক্সি ৰাম

বিজ্ঞান আৰু অভিযান্ত্ৰিক

হাৰিয়ানা

72

শ্ৰী চেৰুভায়েল কে ৰমন

অন্যান্য - কৃষি

কেৰালা

73

শ্ৰীযুতা সুজাতা ৰামদোৰাই

বিজ্ঞান আৰু অভিযান্ত্ৰিক

কানাডা

74

শ্ৰী আব্বাৰেড্ডী নাগেশ্বৰ ৰাও

বিজ্ঞান আৰু অভিযান্ত্ৰিক

অন্ধ্ৰপ্ৰদেশ

75

শ্ৰী পৰেশভাই ৰাথৱা

কলা

গুজৰাট

76

শ্ৰী বি ৰামাকৃষ্ণ ৰেড্ডী

সাহিত্য আৰু শিক্ষা

তেলেংগানা

77

শ্ৰী মংগলকান্তি ৰয়

কলা

পশ্চিমবঙ্গ

78

শ্ৰীযুতা কে চি ৰাণৰেমছাংগী

কলা

মিজোৰাম

79

শ্ৰী বেদীবেল গোপাল আৰু শ্ৰী মাছি ছাদাইয়া *(দ্বৈতভাৱে)

সমাজকৰ্ম

তামিলনাডু

80

শ্ৰী মনোৰঞ্জন চাহু

ঔষধ/চিকিৎসা বিজ্ঞান

উত্তৰ প্ৰদেশ

81

শ্ৰী পটায়াট চাহু

অন্যান্য - কৃষি

ওডিষা

82

শ্ৰী ঋত্ত্বিক স্যানাল

কলা

উত্তৰ প্ৰদেশ

83

শ্ৰী কোটা সচ্চিদানন্দ শাস্ত্ৰী

কলা

অন্ধ্ৰপ্ৰদেশ

84

শ্ৰী শংকুৰথ্ৰী চন্দ্ৰশেখৰ

সমাজকৰ্ম

অন্ধ্ৰপ্ৰদেশ

85

শ্ৰী কে চানাথৈবা শৰ্মা

ক্ৰীড়া

মণিপুৰ

86

শ্ৰী নেক্ৰম শৰ্মা

অন্যান্য - কৃষি

হিমাচল প্ৰদেশ

87

শ্ৰী গুৰচৰণ সিং

ক্ৰীড়া

দিল্লী

88

শ্ৰী লক্ষ্মণ সিং

সমাজকৰ্ম

ৰাজস্থান

89

শ্ৰী মোহন সিং

সাহিত্য আৰু শিক্ষা

জম্মু-কাশ্মীৰ

90

শ্ৰী থৌনাওজম চাওবা সিং

ৰাজহুৱা পৰিক্ৰমা

মণিপুৰ

91

শ্ৰী প্ৰকাশ চন্দ্ৰ চুদ

সাহিত্য আৰু শিক্ষা

অন্ধ্ৰপ্ৰদেশ

92

শ্ৰীযুতা নেইহুনুও চৰাই

কলা

নাগালেণ্ড

93

ড. জানুম সিং চৈ

সাহিত্য আৰু শিক্ষা

ঝাৰখণ্ড

94

শ্ৰী কুশক থিকছেই নাৱাং চাম্বা ষ্টেনজিন

অন্যান্য - আধ্যাত্মিকতা

লাডাখ

95

শ্ৰী এছ সুব্ৰমণিয়ম

অন্যান্য – স্থাপত্যবিদ্যা

কৰ্ণাটক

96

শ্ৰী মোৱা সুবং

কলা

নাগালেণ্ড

97

শ্ৰী পলম কল্যাণ সুন্দৰম

সমাজকৰ্ম

তামিলনাডু

98

শ্ৰীযুতা ৰবীণা ৰবি টেণ্ডন

কলা

মহাৰাষ্ট্ৰ

99

শ্ৰী বিশ্বনাথ প্ৰসাদ তিৱাৰী

সাহিত্য আৰু শিক্ষা

উত্তৰ প্ৰদেশ

100

শ্ৰী ধনীৰাম ট’ট’

সাহিত্য আৰু শিক্ষা

পশ্চিমবঙ্গ

101

শ্ৰী তুলাৰাম উপ্ৰেতি

অন্যান্য - কৃষি

ছিকিম

102

ডাঃ গোপালস্বামী ভেলুচামী

ঔষধ/চিকিৎসা বিজ্ঞান

তামিলনাডু

103

ডাঃ ঈশ্বৰ চন্দৰ বাৰ্মা

ঔষধ/চিকিৎসা বিজ্ঞান

দিল্লী

104

শ্ৰীযুতা কুমী নাৰিমন ৱাডিয়া

কলা

মহাৰাষ্ট্ৰ

105

শ্ৰী কৰ্মা ৱাংছু (মৰণোত্তৰভাৱে)

সমাজকৰ্ম

অৰুণাচল প্ৰদেশ

106

শ্ৰী গুলাম মহম্মদ জাজ

কলা

জম্মু-কাশ্মীৰ

 

টোকা: *দ্বৈত ক্ষেত্ৰত বঁটাটো এটা হিচাপেই গণনা কৰা হৈছে।

***

RK/AY/SM/AKS/RR/AS



(Release ID: 1893877) Visitor Counter : 903