উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূব পৰিষদৰ আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ বাবে ৰাজ্যভিত্তিক ধন বিতৰণ আৰু ব্যৱহাৰ
Posted On:
22 DEC 2022 3:31PM by PIB Guwahati
২০১৯-২০ চনৰ পৰা ২০২১-২২ চনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ (এম ড’নাৰ) বাৰ্ষিক আনুমানিক বাজেট (বিই), সংশোধিত আনুমানিক (আৰই) আৰু প্ৰকৃত ব্যয় (এই)।
বিগত ৩ বছৰত (২০১৯-২০ৰ পৰা ২০২১-২২ চনলৈ) ৰাজ্য চৰকাৰৰ সংস্থাৰ বাহিৰে অন্য সংস্থাসমূহক প্ৰদান কৰা ধনৰাশি বাদ দি উত্তৰ-পূব পৰিষদৰ আঁচনিৰ অধীনত ৰাজ্যভিত্তিক ধন বিতৰণ আৰু ব্যৱহাৰ।
২০১৯-২০ চনৰ পৰা ২০২১-২২ চনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়লৈ বাজেট আৱণ্টন
কোটি টকাৰ হিচাপত
বছৰ
|
আনুমানিক বাজেট (বিই)
|
সংশোধিত আনুমানিক (আৰ ই)
|
প্ৰকৃত ব্যয়
(এ ই)
|
সংশোধিত আনুমানিকৰ প্ৰকৃত ব্যয়ৰ শতাংশ
|
২০১৯-২০
|
৩০০০.০০
|
২৬৭০.০০
|
২৬৬৯.৭২
|
১০০
|
২০২০-২১
|
৩০৪৮.৭৩
|
১৮৬০.০০
|
১৮৫৯.৯৯
|
১০০
|
২০২১-২২
|
২৬৫৮.০০
|
২৬৫৮.০০
|
২৬৫৭.৪৭
|
১০০
|
২০১৯-২০ চনৰ পৰা ২০২১-২২ চনলৈকে উত্তৰ পূব পৰিষদৰ আঁচনিৰ অধীনত ৰাজ্যভিত্তিক ধনৰ বিতৰণ আৰু ব্যৱহাৰ
কোটি টকাৰ হিচাপত
ৰাজ্য
|
বিতৰণ কৰা ধন
|
ব্যৱহাৰ কৰা ধন
|
অৰুণাচল প্ৰদেশ
|
১৪৪.৬১
|
১৯৭.৬৩
|
অসম
|
৯২.৪২
|
১০১.৬৬
|
মনিপুৰ
|
১১৮.৪৯
|
২১৭.১১
|
মেঘালয়
|
১৩৬.২০
|
১১৫.৮৩
|
মিজোৰাম
|
১৫৮.৯০
|
৩২৪.৩২
|
নাগালেণ্ড
|
১৩৯.৫৪
|
১৪২.৮৭
|
ছিকিম
|
১০২.৩৭
|
৭৪.৮৮
|
ত্ৰিপুৰা
|
১৮২.১৯
|
৬৮.০৩
|
ৰাজ্যসভাত আজি এক লিখিত প্ৰশ্নৰ উত্তৰ এই তথ্য সদৰি কৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী শ্ৰী জি. কিষাণ ৰেড্ডিয়ে৷
***
MG/DP/MPW/DB
(Release ID: 1886886)