নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

বৰাক নদীৰ খনন

प्रविष्टि तिथि: 13 DEC 2022 1:53PM by PIB Guwahati

বদৰপুৰৰ পৰা ভাঙ্গালৈ (10.5কিমি) বৰাক নদীৰ (এনডব্লিউ-16) নিশ্চিত গভীৰতা ড্ৰেজিং কাম ভাৰতীয় ড্ৰেজিং নিগমক প্ৰদান কৰা হৈছে।

উন্নীতকৰণৰ কামৰ নিৰ্ধাৰিত সম্পূৰ্ণতা/ বদৰপুৰ আৰু কৰিমগঞ্জ টাৰ্মিনেলৰ নৱীকৰণ হৈছে মাৰ্চ ২০২৩।

বিশ্ব বেংকে অসমত জলপথ উন্নত কৰাৰ বাবে বিতৰণ কৰা পুঁজিৰ ব্যৱহাৰ সম্পৰ্কীয় বিৱৰণ পৰিশিষ্টত সংলগ্ন কৰা হৈছে।

 

পৰিশিষ্ট

প্ৰকল্পৰ উপাদানসমূহ

প্ৰকল্পব্যয় (কোটিত)

বিশ্ব বেঙ্কৰ পৰা প্ৰাপ্ত মুঠ পুঁজি

ব্যৱহাৰ

(৩১ অক্টোবৰ, ২০২২ তাৰিখলৈকে)

 

প্ৰতিষ্ঠানগত, নিয়ামক আৰু সুৰক্ষা শক্তিশালীকৰণ

১৪৭

১৪০.০০ কোটি

কোটিত

%

১৫.৩৪

১৮.৫১

ফ্লীট সুৰক্ষা উন্নয়ন আৰু আধুনিকীকৰণ

১৭৫

৫৭.৮০

৩৯.৫৭

টাৰ্মিনেল আন্তঃগাঁথনিৰ উন্নতি

৩৮৫

১৬.৫০

৩.৪৪৫

প্ৰকল্প ব্যৱস্থাপনা সমৰ্থন

৬৩

২৪.৯০

৩৯.৭৩

মুঠ

৭৭০

 

১১৪.৫৪

১৪.৪৪

 

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাত এক লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

***

MJPS


(रिलीज़ आईडी: 1886875) आगंतुक पटल : 189
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Tamil