প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বাল্মীকি জয়ন্তী উপলক্ষে ৰাষ্ট্ৰক শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 09 OCT 2022 9:55AM by PIB Guwahati

বাল্মিকী জয়ন্তী উপলক্ষে ৰাষ্ট্ৰক শুভকামনা জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে মহৰ্ষি বাল্মীকি সন্দৰ্ভত তেওঁ চিন্তা সম্বলিত এটা ভিডিঅও শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

দেশবাসীলৈ বাল্মীকি জয়ন্তীৰ শুভকামনা জনাইছোঁ। 

 

 

***

DS/ST/KB


(Release ID: 1866461)