প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পাহাৰীয়া ৰাজ্যসমূহৰ উন্নয়নক লৈ নাগৰিকৰ প্ৰতিক্ৰিয়া ভাগ বতৰা কৰে
পোষ্ট কৰা হৈছে:
06 OCT 2022 3:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ পাহাৰীয়া ৰাজ্যসমূহত হোৱা উন্নয়নক লৈ প্ৰধানমন্ত্ৰীৰ সংকল্পৰ ওপৰত আলোকপাত কৰি এগৰাকী নাগৰিকৰ প্ৰতিক্ৰিয়া শ্বেয়াৰ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পাহাৰীয়া ৰাজ্যসমূহৰ উন্নয়নৰ উজ্জ্বল কিৰণ হোৱাৰ সম্ভাৱনা আছে।
এজন নাগৰিকৰ টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"মই সদায় বিশ্বাস কৰি আহিছোঁ- পাহাৰৰ যৌৱন আৰু পাহাৰৰ পানী পাহাৰৰেই কামত অহা উচিত।
আমাৰ পাহাৰীয়া ৰাজ্যসমূহৰ উন্নয়নৰ উজ্জ্বল কিৰণ হোৱাৰ সম্ভাৱনা আছে।"
*******************************************************
DS/TS/KG
(ৰিলিজ আই ডি : 1866032)
অতিথি কক্ষ : 163
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada